গুৱাহাটী, 21 আগষ্টঃ অপৰাধীক আটক কৰা, ৰে'লৰ পৰা চোৰাং সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ১৯ গৰাকীকৈ কিশোৰ-কিশোৰীক উদ্ধাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কামাল । কামালৰ এই সফলতাৰ বাবে উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে বিশেষভাবে পুৰস্কৃত কৰিব ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান মহম্মদ কামাল হুছেইনক৷
ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান কামালৰ কামাল - ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান
৩৫টা অপৰাধী, ১৯ গৰাকী কিশোৰ-কিশোৰী উদ্ধাৰৰ লগতে ২৫ লাখতকৈও অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰি বিশেষ চৰ্চালৈ আহিছে ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান মহম্মদ কামাল হুছেইন
ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান কামালৰ কামাল
গুৱাহাটী, 21 আগষ্টঃ অপৰাধীক আটক কৰা, ৰে'লৰ পৰা চোৰাং সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ১৯ গৰাকীকৈ কিশোৰ-কিশোৰীক উদ্ধাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কামাল । কামালৰ এই সফলতাৰ বাবে উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে বিশেষভাবে পুৰস্কৃত কৰিব ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান মহম্মদ কামাল হুছেইনক৷
Intro:পল্টন বজাৰস্থিত গুৱাহাটী ৰে'ল ষ্টেচনত সকলোৰে মুখে মুখে এতিয়া অকল কামালৰ নাম। ৩৫ জনকৈ অপৰাধী, ১৯ গৰাকী কিশোৰ-কিশোৰী উদ্ধাৰৰ লগতে ২৫ লাখতকৈও অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰি বিশেষ চৰ্চালৈ আহিছে ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান মহম্মদ কামাল হুছেইন।
Body:গুৱাহাটী ৰে'ল ষ্টেচনক নিৰাপদস্থান হিচাপে ব্যৱহাৰ কৰা অপৰাধী আৰু অবৈধ সামগ্ৰীৰ সৰবৰাহৰ ট্ৰেনজিত পইণ্ট হিচাপে ব্যৱহাৰ কৰা সৰবৰাহকাৰী সকলৰ মূৰৰ কামোৰণী হৈ পৰিছে ৰে'ল সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান। গুৱাহাটী ৰে'ল ষ্টেচনত কৰ্মৰত ৰেল সুৰক্ষ বাহিনীৰ জোৱান মহম্মদ কামাল হুছেইনৰ চকুৰ পৰা অপৰাধ কৰি নিৰপদে আঁতৰি যোৱাটো যেন অসম্ভৱ হৈ পৰিছে অপৰাধী সকলৰ বাবে। ৰে'ল ষ্টেচনত সংঘটিত হোৱা যি কোনো আৰাধৰ ভিডিও চি চি টিভি কেমেৰাত প্ৰত্যক্ষ কৰি মাত্ৰ দহ মিনিটৰ ভিতৰতে আৰাধিক চিনাক্ত কৰি আটক কৰাত পাৰ্গত কামাল। ২০১৮-২০১৯ বৰ্ষত বৰ্তমানলৈকে কামালে গুৱাহাটী ৰে'ল ষ্টেচনত আটক কৰিছে ৩৫জনকৈ অপৰাধী। অপৰাধী চিনাক্ত কৰাৰ লগতে কামাল অতি সহজে ৰে'লৰ পৰা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাটো পাৰ্গত। গাঞ্জা, বিভিন্ন ধৰণৰ ড্ৰাগছৰ লগতে কামালে বৰ্তমানলৈকে ২৫,১৪০০ টকা মূল্যৰ অবৈধ সামগ্ৰী ৰে'লৰ পৰা সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কামৰূপ এক্সপ্ৰেছৰ এখন ডবাৰ পানীৰ টেংকীৰ পৰা ৰে'ল সুৰক্ষা বাহিনীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ নেতৃত্বত আছিল কামাল।
বাইট : মহম্মদ কামাল হুছেইন, ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান
Conclusion:অপৰাধীক আটক কৰা আৰু ৰে'লৰ পৰা চোৰাং সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে কামালে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ১৯ গৰাকীকৈ কিশোৰ-কিশোৰীক উদ্ধাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কামালৰ এই আকৰ্ষণীয় সফলতাৰ বাবে উত্তৰ পূব সীমান্ত ৰে'ল বিভাগে কালামক বিশেষভাবে পুৰস্কৃত কৰিব।