ETV Bharat / city

বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সংবাদ মেল

গুৱাহাটীত বৰপেটাৰ সাংসদ আব্দুল খালেকে এখন সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বমূলক মন্তব্য কৰে ৷

বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সংবাদ মেল
author img

By

Published : Aug 10, 2019, 3:49 PM IST

গুৱাহাটী,10আগষ্ট :

  • বৰপেটাৰ সাংসদ আব্দুল খালেকে গুৱাহাটীত সম্বোধন কৰে এখন সংবাদমেল
  • সাংসদগৰাকীয়ে বহুকেইটা গুৰুত্বমূলক মন্তব্য কৰে সংবাদমেলত
  • সংসদত ডি ভোটাৰৰ নামত জনসাধৰণক হাৰাশাস্তি নকৰিবলৈ বাধা প্ৰদান কৰিছিল
  • সত্ৰ সংস্কৃতিৰ সংৰক্ষণৰ বাবেও অধিৱেশনত প্ৰশ্ন কৰা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে
  • NRC শুনানী লৈ গৈ দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালক দহলাখ টকা সাহাৰ্য দিবলৈ আহ্বান চৰকাৰক
  • বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ বাবেও দাবী জনায় খালেকে
  • AIUDF এটা সাম্প্ৰদায়িক দল, সেয়ে মিত্ৰতা হয়নে নহয় পুনৰ আলোচনাৰ প্ৰয়োজন আছে দলত : খালেক
  • ব্যক্তিগত সুবিধাৰ বাবে ভূৱনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰে খালেকে
  • ভয়াবহ বানত ডুব যোৱা অসমবাসীৰ খবৰ নল'লে অমিত শ্বাহে : খালেক
  • কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ প্ৰৱৰ্তন প্ৰশ্নটোও খালেকে উত্থাপন কৰিছিল বুলি মন্তব্য কৰে

Intro:গুৱাহাটীত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সংবাদ মেল
সাংসদ ৰূপে প্ৰথম খন সংবাদমেল খালেকৰ । সংবাদমেলত কেবাটাও গুৰতপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্যব আব্দুল খালেকৰ।সদ্যসমাপ্ত সংসদৰ অধিৱেশনত 26টা বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্থাপন কৰিছিলো ।

Body:• ডি ভোটাৰ ৰ নামত বিনাকাৰণত হাৰাশাস্তি কৰাটো বন্ধ কৰাৰ দাবী কৰিছিলো সংসদত,
• সত্ৰ সংস্কৃতিৰ সংৰক্ষণৰ বাবেও প্ৰশ্ন কৰিছিলোঁ অধিৱেশনত'
• বৰপেটাক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছিলোঁ,
• তিনি তালাককলৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছো ।কিন্তু কিছু দফাত আমাৰ আপত্তি আছে: খালেক
• ইয়াৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ আছিল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ প্ৰৱতনৰ প্ৰশ্নটো',

Conclusion:NRC লৈও মন্তব্য আব্দুল খালেকৰ
• NRC কলৈ চৰকাৰে মইমতালি কৰিছে,
চৰকাৰে প্ৰতীক হাজেলাক ব্লেকমেইলিং কৰিছে
• NRC শুনানী লৈ গৈ দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালক দহলাখ টকা সাহাৰ্য দিয়ক:খালেক
• ভয়াবহ বানৰ সময়তো অমিত শ্বাহৰ অসমলৈ আহিবলৈ সময় নহ'ল: খালেক
• বান খহনীয়ক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক কেন্দ্ৰীয় চৰকাৰে: খালেক
• AIUDF এটা সাম্প্ৰদায়িক দল, সেয়ে মিত্ৰতা হয়নে নহয় পুনৰ আলোচনাৰ প্ৰয়োজন আছে দলত,
• ব্যক্তিগত সুবিধাৰ বাবে ভূৱনেশ্বৰ কলিতা বিজেপিত যোগদান কৰিছে
গেলা পছাবোৰ দলত থাকিলে দল বেয়া হয়,
এই সকল আতৰি গলে দলটো ভাল হব:খালেক
• 'দলৰ আভ্যন্তৰীণ কথা কোনেও ৰাজহুৱা কৰিব নালাগে'
ক্ষমতা লোভী সকল সদায় শাসকদলৰ প্ৰতি
আকৃষ্ট হয়: খালেক
মুখ্যমন্ত্ৰী হোৱাৰ বাসনা এৰি দলক গুৰুত্ব দিলেহে কংগ্ৰেছ অসমত পুনৰুত্থান হব,
লেং মৰা ৰাজনীতি কংগ্ৰেছে এৰিব লাগিব:
মই বৃহৎ জোটবন্ধনৰ পক্ষপাতী: খালেক
• উপনিৰ্বাচনক লৈ মন্তব্য আব্দুল খালেকৰ
জনীয়াবাসীৰ ওপৰত মোৰ ভৰসা আছে: খালেক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.