ETV Bharat / city

গুৱাহাটীৰ চাৰিটা সমষ্টিত ৫ বজালৈ ৭৪ শতাংশ ভোটদান - পূব-গুৱাহাটী

বিয়লি ৫ বজালৈ গুৱাহাটীৰ চাৰিটা সমষ্টি ক্ৰমে জালুকবাৰীত ৭৮ শতাংশ, দিছপুৰ ৭১ শতাংশ, পূৱ গুৱাহাটী ৬৮ শতাংশ আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৭৯ শতাংশ ভোটদান সম্পন্ন হয় ৷

গুৱাহাটীৰ চাৰিটা সমষ্টিত ৫ বজালৈ ৭৪ শতাংশ ভোটদান

author img

By

Published : Apr 6, 2021, 6:12 PM IST

গুৱাহাটী, ৬ এপ্ৰিল : কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিত বিয়লি ৫ বজালৈ ৭৪ শতাংশ ভোটদান হয় । ইয়াৰ ভিতৰত জালুকবাৰীত ৭৮ শতাংশ, দিছপুৰ ৭১ শতাংশ, পূৱ গুৱাহাটী ৬৮ শতাংশ আৰু আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৭৯ শতাংশ ভোটদান সম্পন্ন হয় ।

উল্লেখ যে, ৰাতিপুৱা গুৱাহাটীৰ ভোটাৰ ৰাইজ হিল-দল ভাঙি ওলাই আহিছিল যদিও দুপৰীয়া ভোটদানৰ হাৰ পুৱাৰ তুলনাত হ্ৰাস পায় । অৱশ্যে বিয়লিৰ ভাগত পুনৰ ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ ভিৰ পৰিলক্ষিত হয় ।

কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ ভিতৰত পূব-গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ তুলনামূলকভাৱে কম । সমষ্টিটোত বিয়লি ৫ বজালৈ ৬৮ শতাংশ ভোটদান সম্পন্ন হয় । আনহাতে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ৪০ টা সমষ্টিত বিয়লি ৫ বজালৈ ভোটদানৰ হাৰ আছিল ৭৮.৯৪ শতাংশ ।

লগতে পঢ়ক : সপত্নীক ভোটদান বৰপেটাৰ সাংসদ আব্দুল খালেকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.