ETV Bharat / city

Anti drugs operation in Guwahati : গেলামালৰ দোকানতো ওলাইছে বৰবিহ ড্ৰাগছ

author img

By

Published : Dec 5, 2021, 8:47 PM IST

Updated : Dec 5, 2021, 9:08 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত আৰক্ষী(Assam polices anti drug drive)য়ে ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । অসম আৰক্ষীৰ এই অভিযান(Guwahati police Anti Drug campaign)ৰ শলাগ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ৷

drug peddler arrested
গড়চুক আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

গুৱাহাটী, ৫ ডিচেম্বৰ : গুৱাহাটী মহানগৰ আৰক্ষীয়ে দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক আটক কৰে ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ আৰক্ষীৰ দলটোৱে এখন ট্ৰাকত ড্ৰাগছখিনি কঢ়িযাই অনাৰ সময়তে জব্দ কৰে ৷

drug peddler arrested
মহানগৰ আৰক্ষীৰ অভিযানত জব্দ হেৰ’ইন

আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ পৰা প্ৰায় 2 কেজি হেৰ’ইন জব্দ কৰে ৷ আনহাতে বৰ্তমানলৈ জানিব পৰা হোৱা নাই আটকাধীন সৰবৰাহকাৰী দুজনৰ পৰিচয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযানৰ শলাগ লয় ৷

drug peddler arrested
মহানগৰ আৰক্ষীৰ অভিযানত জব্দ হেৰ’ইন

আনহাতে মহানগৰীৰ গড়চুক আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলায় বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ(Guwahati police arrested one Drug peddler) কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো সুমন দাস(৩০) বুলি জানিব পৰা হৈছে । ধৃত দাসৰ পৰা আৰক্ষীয়ে এটা চাবোন বাকচৰ ভিতৰত থকা ১২.৭৮ গ্ৰাম হেৰ’ইন(Heroin seized at Guwahati) জব্দ কৰে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে নিশা লালমাটিত অভিযান চলায় ড্ৰাগছসহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ(Police arrested drug peddle) কৰে । আৰক্ষীয়ে গড়চুকৰ পৰা খেদি খেদি গৈ লালমাটিত ধৃত সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ(Drug peddler arrested) কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো পেছাত গেলামালৰ দোকানী ৷

লগতে পঢ়ক : Drugs Seized at Geetanagar : গীতানগৰত ড্ৰাগছসহ যুৱক কৰায়ত্ত

Last Updated : Dec 5, 2021, 9:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.