ETV Bharat / city

এজাক বৰষুণে বুৰালে মহানগৰী - ডুব গ'ল চান্দমাৰী , বি.বৰুৱা ৰোড ,

এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ বহু অঞ্চল ৷

এজাক বৰষুণে বুৰালে মহানগৰী
author img

By

Published : Aug 16, 2019, 1:26 PM IST

গুৱাহাটী,16আগষ্ট : এজাক বৰষুণতে বুৰ গ'ল মহানগৰী ৷ বৃহস্পতিবাৰে সন্ধিয়া অহা এজাক বৰষুণত বুৰ যায় মহানগৰীৰ জিএছ ৰোড , অনিল নগৰ , কাহিলিপাৰা, ডাউন টাউন, সুন্দৰপুৰ , জু ৰোড , চান্দমাৰী , বি.বৰুৱা ৰোড , টকৌবাৰী , নবীন নগৰ ৷ এজাক বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় মহানগৰবাসী ৷

Intro:এজাক বৰষুণতে পুনৰ বুৰ গ'ল গুৱাহাটী মহানগৰ

Body:সন্ধিয়া অহা এজাক বৰষুণতে বুৰ গ'ল গুৱাহাটী মহানগৰ । বৃহস্পতিবাৰে আবেলি ভাগত হোৱা এজাক বৰষুণৰ ফলত বুৰ গ'ল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । জিএছ ৰোড , অনিল নগৰ , কাহিলিপাৰা, ডাউন টাউন, সুন্দৰপুৰ , জু ৰোড , চান্দমাৰী , বি.বৰুৱা ৰোড , টোকোবাৰী , নবীন নগৰকে আদি কৰি মহানগৰীৰ বিভিন্ন অঞ্চল বুৰ গ'ল কৃত্ৰিম বানপানীত । এজাক বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানপানীৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হ'বলগীয়া হয় মহানগৰ বাসী ।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.