ETV Bharat / city

হিমাচলৰ কুলু নদীত উটি যোৱা প্ৰিয়ংকাৰ বিষয়ে কি কলে আৰক্ষী আয়ুক্তই...?

author img

By

Published : Oct 18, 2019, 1:43 AM IST

হিমাচল প্ৰদেশৰ কুলু নদীত উটি যোৱা গুৱাহাটীৰ প্ৰিয়ংকা জৈন সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য ৷ বৰ্তমানেও সন্ধানহীন প্ৰিয়ংকা ৷

হিমাচলৰ কুলু নদীত উটি যোৱা প্ৰিয়ংকাৰ বিষয়ে কি কলে আৰক্ষী আয়ুক্তই...?
  • গুৱাহাটী,17 অক্টোবৰ : হিমাচল প্ৰদেশলৈ ভ্ৰমণত যোৱা গুৱাহাটীৰ মুকেশ জৈনৰ কন্যা প্ৰিয়ংকা জৈনে বুধবাৰে মণিকৰ্ণ উপত্যকাৰ কুলু নদীত নৈৰ পাৰত শিলত বহি চেল্ফি লৈ থাকোতে উটি যায় নৈত । পাছত উদ্ধাৰকাৰী দলে নদীৰ বুকুত অভিযান চলাই যদিও প্ৰিয়ংকাক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয় । বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান । এই ঘটনা সম্পৰ্কে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে কুলু আৰক্ষীৰে ঘটনা সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে । প্ৰিয়ংকাৰ সন্ধান পোৱা মাত্ৰকে উদ্ধাৰ কৰিব আৰু পৰিয়ালৰ হাতত গতাই দিব বুলি উল্লেখ কৰে । বৰ্তমানেও প্ৰিয়ংকাৰ কোনো ধৰণৰ খবৰ লাভ কৰা নাই । মহানগৰীৰ ফাঁচী বজাৰৰ কেডাৰ ৰোডৰ জৈন গলিৰ বাসিন্দা আছিল প্ৰিয়ংকা ।

Intro:হিমাচলৰ কুলু নদীত উটি যোৱা যুৱতী গৰাকীৰ বিষয়ে কি কলে আৰক্ষী আয়ুক্তই...?

Body:অৱসৰ বিনোদনৰ বাবে হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাৰ কুলু নদীত যোৱা গুৱাহাটীৰ মুকেশ জৈনৰ কন্যা প্ৰিয়ংকা জৈনে (২৬) নৈৰ শিলত বহি প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি চেল্ফি লৈ থাকোতে উটি যায় নৈত। পাছত উদ্ধাৰকাৰী দলে নদীৰ বুকুত অভিযান চলাই যদিও প্ৰিয়ংকাক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয় উদ্ধাৰকাৰী দলে। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

এই ঘটনা সম্পৰ্কে আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে কুলু আৰক্ষীৰে ঘটনা সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে। প্ৰিয়ংকাৰ সন্ধান পোৱা মাত্ৰকে উদ্ধাৰ কৰিব আৰু পৰিয়ালৰ হাতত গতাই দিব বুলি উল্লেখ কৰে। বৰ্তমানেও প্ৰিয়ংকাৰ কোনো ধৰণৰ একো খবৰ লাভ কৰা নাই।

উল্লেখযোগ্য যে মহানগৰীৰ ফাঁচী বজাৰৰ কেডাৰ ৰোডৰ জৈন গলিৰ বাসিন্দা আছিল প্ৰিয়ংকা। এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলত শোকৰ ছাঁই বিৰাজ কৰিছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.