ETV Bharat / city

হঠাৎ অসুস্থ ৰাজ্যপাল মুখীঃ এইমছত ভৰ্তি

author img

By

Published : Oct 25, 2020, 10:28 AM IST

দিল্লীতে হঠাতে অসুস্থ হৈ পৰে ৰাজ্যপাল জগদীশ মুখী । লগে লগে তেওঁক এইমছত ভৰ্তি কৰোৱা হয় জগদীশ মুখীক।

governor Jagadish Mukhi hospitalized
হঠাৎ অসুস্থ ৰাজ্যপাল মুখীঃ এইমছত ভৰ্তি

গুৱাহাটী, ২৫ অক্টোবৰঃ হঠাৎ অসুস্থ হৈ পৰিছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী । ষষ্ঠীৰ দিনা গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল ৰাজ্যপাল গৰাকী ।

কিন্তু দিল্লীত হঠাতে অসুস্থ হৈ পৰে ৰাজ্যপাল মুখী । লগে লগে তেওঁক এইমছত ভৰ্তি কৰোৱা হয় । অৱশ্যে ৰাজ্যপালগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে । কিন্তু তাৎপৰ্যপূৰ্ণভাবে ৰাজ্যপাল গৰাকীৰ অসুস্থতা সন্দৰ্ভত ৰাজভৱনৰ ফালৰ পৰা কোনো কথা প্ৰকাশ কৰিব খোজা হোৱা নাই । উল্লেখযোগ্য যে, ২৭ অক্টোবৰত তেওঁ দিল্লীৰ পৰা উভতি আহি বিটিআৰলৈ যোৱাৰ কথা আছিল ।

লগতে পঢ়ক- ''দেশখন আপোনালোকৰ বাবেই সুৰক্ষিত'' সেনাক উদ্দেশ্যি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.