ETV Bharat / city

একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

শুকুৰবাৰে পশ্চিম গুৱাহাটী সমষ্টিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিলে। সমষ্টিটোৰ অন্তৰ্গত এলেকাৰ ৩ পথ মুকলি কৰাৰ লগতে ৫টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে।

foundation-stone-at-guwahati
একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
author img

By

Published : Oct 9, 2020, 10:39 PM IST

গুৱাহাটী, 9 অক্টোবৰ : সমুখত ২০২১ৰ বিধানসভা নিৰ্বাচন। নিজ নিজ সমষ্টিত এতিয়া অধিক তৎপৰতা আৰম্ভ কৰিছে বিধায়কসকলে। শুকুৰবাৰে পশ্চিম গুৱাহাটী সমষ্টিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে।

foundation-stone-at-guwahati
একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

সমষ্টিটোৰ অন্তৰ্গত এলেকাৰ ৩ পথ মুকলি কৰাৰ লগতে ৫টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে মালিগাঁও আদিংগিৰিত এটা পথ মুকলি কৰাৰ পৰিৱৰ্তে দুটা পথৰ আধাৰশিলা স্থাপন কৰে। এই পথকেইটাৰ নিৰ্মাণৰ বাবদত ১৫ কোটি টকা ধাৰ্য কৰা হৈছে। SOPD(G) শিতানত পথসমূহ নিৰ্মাণ কৰা হৈছে বুলি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জানিবলৈ দিয়ে। ইফালে গড়চুকৰ পৰা কইনাধৰা সংযোগী পথ নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ সহযোগত বিধায়কগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। লগতে বৰাগাঁৱৰ জৰাজীৰ্ণ পথসমূহ মেৰামতিৰ ক্ষেত্ৰত এক পদক্ষেপ ল'ব বুলি আশ্বাস প্ৰদান কৰে।

লগতে পঢ়ক : সোণাৰিত বুজন পৰিমাণৰ কানি জব্দ, আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.