ETV Bharat / city

গুৱাহাটীত উদ্ধাৰ জাল নোট

author img

By

Published : Mar 29, 2019, 1:01 AM IST

গুৱাহাটীৰ কামাখ্যা গেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৭ খন ১০০ টকীয়া জাল নোট ৷ নাৰায়ণ সৰকাৰ নামৰ এজন যুৱকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই জাল নোটখিনি ।

গুৱাহাটীত উদ্ধাৰ জাল নোট

গুৱাহাটী, ২৮ মাৰ্চ : বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ কামাখ্যা গেটত উদ্ধাৰ কৰা হয় জাল নোট । নাৰায়ণ সৰকাৰ নামৰ এজন যুৱকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই জাল নোটখিনি । উদ্ধাৰ হোৱা জাল নোটখিনিত ৭খন ১০০টকীয়া নোট আছিল ।

গুৱাহাটীত উদ্ধাৰ জাল নোট

ইতিমধ্যে আৰক্ষীয়ে নাৰায়ণ সৰকাৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

Slug: A_GHY_28MAR_801_FAKE NOTE KAMAKHYA_HIRUL

মহানগৰীৰ কামাখ্যা গেটত আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত উদ্ধাৰ জাল নোট। লগতে জাল নোটসহ আটক নাৰায়ণ চৰকাৰ নামৰ এজন যুৱক। যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১০০টকীয়া ৭খন নোট। ধৃত যুৱকজনৰ ভাষ্য অনুসৰি মাছখোৱা বজাৰত ২খন শাক-পাচলিৰ দোকানত দিছিল নোটকেইখন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে অনুসন্ধান। তাৰোপৰি নাৰায়ণ চৰকাৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.