ETV Bharat / city

আজি পবিত্ৰ ঈদ-উল-আজহাৰ

author img

By

Published : Aug 12, 2019, 4:06 PM IST

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত ঈদ-উল-আজহাৰ অৰ্থাৎ ইদোদজ্জোহাৰ ব্যাপক উছাহ উদ্দীপনা ৷ শান্তি আৰু একতাৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগিছে প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বীয়ে।

আজি পবিত্ৰ ঈদ-উল-আজহাৰ

নিউজ ডেস্ক, 12 আগষ্টঃ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সৰোগত কৰি পালন কৰা হৈছে পবিত্ৰ ঈদ-উল-আজহাৰ ৷ মৰিগাঁও,গাড়ীগাঁও,কাকজান ঈদগাহ,তেজপুৰ,শিৱসাগৰ,কলগাছিয়া,অভয়াপুৰী,শিলচৰ,নলবাৰী,ৰঙিয়া,বৰপেটা,দলগাঁও, কৰিমগঞ্জ, চিৰাং,গোসাইগাঁও,খুমটাই,ডুমডুমাৰ ৰূপাই আদিৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈ পবিত্ৰ ঈদ ৷

Intro:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত পালন ঈদ উল আজহাৰ। বিভিন্ন ৰাজহুৱা ঈদগাহ ফিল্ডত আদায় ঈদৰ সমূহীয়া নামাজ।

Body:আজি ইছলাম ধৰ্মৰ পবিত্র ঈদ উল আজহাৰ। ইয়াৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰাল ভাৱে মৰিগাঁও বিভিন্ন ঈদগাৰ মৈদানত আদায় কৰে ঈদৰ সমূহীয়া নামাছ।
এইয়া মৰিগাঁও দন্দুৱা আঞ্চলিক ঈদগাৰ মৈদানৰ সমূহীয়া নামাজ আদায়ৰ দৃশ্য।
সকলো ইছলামৰ ধৰ্মৰ লোকসকলে প্ৰখৰ ৰ'দৰ মাজতে পৰিস্কাৰ-পৰিচন্ন কাপোৰ পৰিধান কৰি লৰা বুঢ়া ডেকা সকলো বয়সৰ লোকে ডিঙিত গামোচা লৈ আদায় কৰে ঈদৰ সমূহীয়া নামাজ। নামাজৰ পূৰ্বে ঈদত দান কৰাৰ প্ৰকৃত উদ্দেশ্যে বিশ্লেষণ কৰে। এই ঈদৰ জৰিয়তে সমাজত সকলো জাতি ধৰ্ম, সম্প্ৰদায়ৰ মাজত একতাৰ এনাজৰী,ভাতৃত্ববোধৰ গঢ়ি তোলাৰ বাবে এই আহবান জনায়।
byte:publics

Conclusion:ratul deka.etvvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.