ETV Bharat / city

ক্ৰিয়েটিভ আইজৰ উদ্যোগত সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠান - ক্ৰিয়েটিভ আইজৰ উদ্যোগত সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণি অনুষ্ঠান সম্পন্ন

মহানগৰীৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল এই বঁটা বিতৰণি অনুষ্ঠান ৷

ক্ৰিয়েটিভ আইজৰ উদ্যোগত সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণি অনুষ্ঠান সম্পন্ন
author img

By

Published : Nov 2, 2019, 7:10 PM IST

গুৱাহাটী, 2 নৱেম্বৰ: শনিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সম্পন্ন হ'ল ড' ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠান ৷ এই অনুষ্ঠানতে ক্ৰিয়েটিভ আইজ নামৰ এটা বেচৰকাৰী সন্থাই আয়োজন কৰা 2019 বৰ্ষৰ সদৌ অসম চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক সুধাকণ্ঠ ড' ভূপেন হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে চিত্ৰ শিল্পী অতুলচন্দ্ৰ বৰুৱা, প্ৰথিতযশা চিত্ৰ শিল্পী চম্পক বৰবৰাৰ লগতে আন বহুকেইগৰাকী বিশিষ্ট চিত্ৰ শিল্পী ৷

উল্লেখযোগ্য যে, অসমৰ ২৮ খন জিলাত প্ৰায় 2000 প্ৰতিযোগীৰ মাজত এই চিত্ৰাংকণ প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছিল ৷ তাৰে চূড়ান্ত বিজয়ীসকলক শনিবাৰে গুৱাহাটীত বঁটাসমূহ প্ৰদান কৰা হয় ৷ গুৱাহাটীস্থিত এই ক্ৰিয়েটিভ আইজ নামৰ সন্থাটোৰ মূল উদ্দেশ্য হ'ল শিশু সকলৰ মনস্তাত্বিক বিকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰা ৷

মহানগৰীৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল এই বঁটা বিতৰণি অনুষ্ঠান

Intro:গুৱাহাটী ক্ৰিয়েটিভ আইজৰ উদ্যোগত সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণি অনুষ্ঠান। 2019 বৰ্ষৰ সদৌ অসম চিত্ৰাংকণ প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠানত অনুষ্ঠিত হয় শনিবাৰে গুৱাহাটী জিলা পুথিভঁৰালত। এই অনুষ্ঠানত উপস্থিত থাকে চিত্ৰ শিল্পী অতুলচন্দ্ৰ বৰুৱা, প্ৰথিতযশা চিত্ৰ শিল্পী চম্পক বৰবৰাকে ধৰি বহু কেইজন বিশিষ্ট চিত্ৰ শিল্পী।

Body:সমগ্ৰ অসমৰ 2000 প্ৰতিযোগীৰ মাজৰ পৰা জিলা ভিত্তিত বাচনি কৰা হৈছিল চূড়ান্ত প্ৰতিযোগী । ২৮ খন জিলাৰ চূড়ান্ত প্ৰতিযোগী সকল শনিবাৰে এনেদৰে সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। গুৱাহাটী ক্ৰিয়েটিভ আইজৰ মূল উদ্দেশ্য শিশু সকলৰ মনস্তাত্বিক বিকাশৰ বাবে এখন মঞ্চ দিয়া।
Bite:- দাদুল চলিহা( চিত্ৰ শিল্পী, গুৱাহাটী ক্ৰিয়েটিভ আইজৰ প্ৰতিস্থাপক)

Conclusion:অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠিত হোৱা এনে চিত্ৰাংকণ অনুষ্ঠান সমূহে বিচাৰি উলিয়াওক ভৱিষ্যতৰ চিত্ৰশিল্পী সকলক।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.