ETV Bharat / city

মহানগৰীত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিলে পাচলিৰ মূল্য - খাদ্য সুৰক্ষা বিভাগে নিৰ্ধাৰিত কৰিলে শাক-পাচলিৰ দাম

বুধবাৰে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধৰীৰ নেতৃত্বত প্ৰস্তুত কৰি উলিওৱা হৈছে এখন তালিকা । তালিকাখনৰ ভিত্তিতে ব্যৱসায়ীসকলে বিক্ৰী কৰিব লাগিব শাক-পাচলি ।

খাদ্য সুৰক্ষা বিভাগ
খাদ্য সুৰক্ষা বিভাগে নিৰ্ধাৰিত কৰিলে শাক-পাচলিৰ দাম
author img

By

Published : Apr 8, 2020, 11:41 PM IST

Updated : Apr 9, 2020, 7:50 PM IST

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ বুধবাৰে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে নিৰ্ধাৰিত কৰিলে ৰাজ্যৰ শাক-পাচলিৰ মূল্য । মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত দেশজুৰি চলা লকডাউনৰ সময়ছোৱাত একাংশ ব্যৱসায়ীয়ে অধিক দৰত বিক্ৰী কৰিছিল পাচলিসমূহ ।

খাদ্য সুৰক্ষা বিভাগ
মহানগৰীত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিলে পাচলিৰ মূল্য

বুধবাৰে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অতিৰিক্ত উপায়ুক্ত শ্ৰী মনোজ শিকাৰীয়াৰ তত্বাৱধানত পাচলি ব্যৱাসায়ী সকলৰ লগত বৈঠকত বহি প্ৰস্তুত কৰি উলিয়াই মূল্য তালিকা । এতিয়াৰে পৰা তালিকাখনৰ নিৰ্ধাৰিত দামৰ ভিত্তিতে ব্যৱসায়ীসকলে বিক্ৰী কৰিব লাগিব শাক-পাচলি ।

Last Updated : Apr 9, 2020, 7:50 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.