হায়দাৰাৱাদ 30 মাৰ্চ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি এইপৰ্যন্ত দেশত আক্ৰন্তৰ সংখ্যা 1124 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হৈছে 27 গৰাকীৰ ৷ ইপিনে ভাৰতবৰ্ষৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বমুঠ 217 গৰাকী আৰু কেৰালাত মুঠ 198 গৰাকী লোক আক্ৰান্ত হৈছে ৷
![কৰ’ণা আক্ৰান্তৰ সংখ্যা ভাৰতত হলগৈ 1120 আৰু,27 গৰাকীৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6524339_29.jpg)
লগতে পঢক :লক ডাউনঃ ৰেচন কাৰ্ড নথকা দৰিদ্ৰলৈ 1000 টকাৰ ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ