ETV Bharat / city

ৰাজ্যত COVID-১৯ ৰ সংক্ৰমণৰ অভিলেখ : এদিনত 1202 গৰাকী আক্ৰান্ত

ৰাজ্যত COVID-১৯ ৰ সংক্ৰমণৰ অভিলেখ ৷ শনিবাৰে দিনটোত পোহৰলৈ আহিছে 1202 টাকৈ ঘটনা ৷ ৰাজ্যখনত এইটো হৈছে এতিয়ালৈ অহা সৰ্বাধিক আক্ৰান্তৰ অভিলেখ ৷ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 11001 গৰাকীলৈ ৷ 1202 গৰাকী আক্ৰান্তৰ 777 গৰাকীয়ে হৈছে গুৱাহাটী মহানগৰীৰ ৷

Corona Virus Assam Update : In the biggest spike ever

author img

By

Published : Jul 5, 2020, 3:39 AM IST

নিউজ ডেস্ক, 5 জুলাই : ৰাজ্যত COVID-১৯ ৰ ভয়ংকৰ পৰিস্থিতি ৷ অব্যাহত আছে কৰ’ণা ভাইৰাছ মহামাৰীৰ ভয়ংকৰ সংক্ৰমণ ৷ ৰাজ্যত এতিয়া হোৰা-হোৰে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷

শনিবাৰে নিশা অভিলেখ সংখ্যক 1202 টা ঘটনা পোহৰলৈ আহিছে ৰাজ্যখনত ৷ উল্লেখ্য যে, এইটোৱে হৈছে ৰাজ্যখনত বৰ্তমানলৈকে এদিনত পোহৰলৈ অহা সৰ্বাধিক আক্ৰান্তৰ সংখ্যা ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰী কৰিছে এই তথ্য ৷

  • 📌Alert ~ In the biggest spike ever, Assam on 4th July reported 1202 cases, 777 of these from Guwahati City alone. Time for all of us to be extra vigilant.

    ↗️Total cases 11001
    ↗️Recovered 6327
    ↗️Active cases 4657
    ↗️Deaths 14#AssamCovidCount pic.twitter.com/NMsgLD0Pnl

    — Himanta Biswa Sarma (@himantabiswa) July 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

নতুনকৈ আক্ৰান্ত হোৱা 1202 টা ঘটনাৰ 777 টা ই হৈছে গুৱাহাটী মহানগৰীৰ ৷ ইয়াৰ লগে-লগে অসমত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 11001 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6743 গৰাকীকৈ লোক ৷ শনিবাৰে নতুনকৈ 416 গৰাকী ৰোগীক হাস্পতালৰ পৰা মুকলি কৰা হৈছে ৷

  • 📌 Discharge Alert

    Glad to share that 4⃣1⃣6⃣ more patients have been discharged today from various civil, district & model hospitals in Assam

    Our best wishes to them

    😊Total Discharged Patients - 6743
    😑Active Patients - 4241

    11:55 PM/July 04/Day's total 416#AssamCovidCount pic.twitter.com/gBNfseHgMD

ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 4241 টা ঘটনা ৷ আনহাতে মৃত্যুমুখত পৰিছে 14 গৰাকীকৈ লোক ৷

লগতে চাওক-ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি : মৃত্যুৰ সংখ্যা 37 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.