ETV Bharat / city

কৰ'ণা : জিলাৰ দায়িত্ব মন্ত্ৰীগণক ভগাই দিলে মুখ্যমন্ত্ৰীয়ে

সেই অনুসৰি তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী সঞ্জয় কিষাণক, শিৱসাগৰ আৰু চৰাইদেউৰ দায়িত্ব দিয়া হৈছে যোগেন মহনক, যোৰহাট আৰু গোলাঘাটত অতুল বৰাক, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওত চুম' ৰংহাঙক, নগাঁও আৰু শোণিতপুৰত কেশৱ মহন্তক, বিশ্বনাথ আৰু লখিমপুৰত ৰঞ্জিৎ দত্তক, ধেমাজি আৰু মাজুলীত নৱ দলেক, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰত পৰিমল শুক্লবৈদ্যক দায়িত্ব দিয়া হৈছে ।

author img

By

Published : Mar 23, 2020, 11:43 PM IST

গুৱাহাটী, 23 মাৰ্চ : মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা সমগ্ৰ অসম ল'কড্ ডাউন কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰাৰ পিছতে প্ৰতিজন মন্ত্ৰীক জিলাসমূহৰ দায়িত্ব ভগাই দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

একেদৰে কামৰূপ (ম) আৰু কামৰূপত সিদ্ধাৰ্থ ভট্টাচাৰ্যক, দৰঙত ভৱেশ কলিতাক, মৰিগাঁও আৰু হোজাইত পিযুষ হাজৰিকাক, নলবাৰী আৰু বৰপেটাত চন্দ্ৰমোহন পাটোৱাৰীক, বঙাইগাঁও, গোৱালপাৰা আৰু দক্ষিণ শালমাৰাত ফনীভূষণ চৌধুৰীক, বাগছা আৰু ওদালগুৰিত ৰিহণ দৈমাৰীক, কোকৰাঝাৰত প্ৰমীলা ৰাণী ব্ৰহ্মক আৰু চন্দন ব্ৰহ্মক চিৰাং আৰু ধুবুৰী জিলাৰ দায়িত্ব ন্যস্ত কৰা হৈছে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.