ETV Bharat / city

গুৱাহাটীত দূৰণিবটীয়া বাছৰ নাটনি - etv assam

বাছ আস্থানত ঘন্টাৰ পৰা ঘণ্টা ধৰি বাছৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে বাছ যাত্ৰী । নিৰ্বাচনৰ বাবে প্ৰশাসনে বাছ অধিগ্ৰহণ কৰাৰ ফলত এনেদৰেই নাটনি হৈ পৰিছে যাত্ৰীবাহী বাছ । বাছ নাটনিৰ পূৰ্ণ সুযোগ লৈছে একাংশ গাড়ী চালকে ৷

গুৱাহাটীত দুৰণিবতীয়া বাছৰ নাটনি
author img

By

Published : Apr 22, 2019, 5:51 PM IST

Updated : Apr 22, 2019, 7:52 PM IST

গুৱাহাটী, 22 এপ্ৰিলঃ গুৱাহাটীত এতিয়া দূৰণিবটীয়া বাছৰ নাটনি৷ বাছ আস্থানত আহি ঘন্টাৰ পৰা ঘণ্টা ধৰি বাছৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে বাছ যাত্ৰীসকল। মহানগৰীৰ জালুকবাৰী-আদাবাৰীত পানীত হাঁহ নচৰা অৱস্থা এইসকল যাত্ৰীৰ। নিৰ্বাচনৰ বাবে প্ৰশাসনে বাছ অধিগ্ৰহণ কৰাৰ ফলত এনেদৰেই নাটনি হৈ পৰিছে যাত্ৰীবাহী বাছ।

গুৱাহাটীত দুৰণিবতীয়া বাছৰ নাটনি

ইফালে, বাছ নাটনিৰ পূৰ্ণ সুযোগ লৈছে একাংশ গাড়ী চালকে। সুযোগ বুজি একাংশ বাছ কৰ্তৃপক্ষই বাছৰ ভাড়া দুগুণ লৈ বৃদ্ধি কৰিছে৷ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত যানবাহন আৰক্ষী তথা পৰিবহন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ একাংশ যাত্ৰীৰ ।

Slug: A_GHY_22APR_801_CITY BUS PROBLEM_HIRUL HAQUE

Headline: তিনিগুণলৈ বৃদ্ধি যাত্ৰীবাহী বাহনৰ ভাড়া, নিৰ্বিকাৰ পৰিৱহণ বিভাগ

কাইলৈ ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈ জনতা। মহানগৰীত থকা বিভিন্ন স্থানৰ ভোটাৰসকল ৰাওনা হৈছে নিজ সংসদীয় সমষ্টিলৈ। কিন্তু দুৰণীৱতীয়া বাছৰ অভাৱ হাহাকাৰ অৱস্থা যাত্ৰীৰ। বাছ আস্থানত আহি ঘন্টাৰ পৰা ঘণ্টা ধৰি বাছৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে বাছ যাত্ৰীসকল। মহানগৰীৰ জালুকবাৰী-আদাবাৰীত পানীত হাঁহ নচৰা অৱস্থা এইসকল যাত্ৰীৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশাসনে বাছ অধিগ্ৰহণ কৰাৰ ফলত এনেদৰেই নাটনি হৈ পৰিছে যাত্ৰীবাহী বাছ। ইফালে বাছ নাটনিৰ পূৰ্ণ সুযোগ লৈছে একাংশ গাড়ী চালকে। কিয়নো ভাড়া দুগুণ লৈ বৃদ্ধি কৰিছে। ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। কিন্তু এইসমূহ ক্ষেত্ৰত চকু দিবলৈ আহৰি নাই যানবাহন আৰক্ষী তথা পৰিবহন বিভাগৰ।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
Last Updated : Apr 22, 2019, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.