ETV Bharat / city

BTR চুক্তি স্বাক্ষৰিত কৰি গুৱাহাটীত উপস্থিত বড়ো নেতৃত্ব

author img

By

Published : Jan 28, 2020, 6:04 PM IST

27 জানুৱাৰীত বড়ো শান্তি চুক্তি স্বাক্ষৰিত কৰি আজি গুৱাহাটীত উপস্থিত হয় বড়ো নেতৃত্ব ৷ বড়ো নেতৃত্বক বিমানবন্দৰত উষ্ম আদৰনি জনায় বহুসংখ্যক বড়ো লোকে ৷

BTR চুক্তি স্বাক্ষৰিত কৰি গুৱাহাটীত উপস্থিত বড়ো নেতৃত্ব
BTR চুক্তি স্বাক্ষৰিত কৰি গুৱাহাটীত উপস্থিত বড়ো নেতৃত্ব

গুৱাহাটী, 28 জানুৱাৰীঃ BTR স্বাক্ষৰিত কৰি বিমানবন্দৰত উপস্থিত হয় বড়ো শান্তি আলোচনাৰ নেতৃবৰ্গ । যোৱা 27জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত হোৱা বহু প্ৰত্যাশিত বড়ো শান্তি চুক্তি, BTRক লৈ উৎফুল্লিত হৈ পৰিছে বড়োসকল । ত্ৰিপাক্ষিক এই চুক্তিত স্বাক্ষৰ কৰে NDFBৰ ৰঞ্জন দৈমাৰী, ধীৰেন বড়ো, গোবিন্দ বসুমতাৰী আৰু বি চাওৰাইগৌড়াৰ লগতে এবছুৰ সভাপতি প্ৰমোদ বড়ো, পিজেএচিবিএম আৰু ইউবিপিঅৰ নেতৃত্বই । লগতে অসম চৰকাৰৰ হৈ চুক্তিত স্বাক্ষৰ কৰে মূখ্য সচিব সঞ্জয় কৃষ্ণই । কেন্দ্ৰীয় চৰকাৰৰ হৈ গৃহ বিভাগৰ যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গে এই চুক্তিত স্বাক্ষৰ কৰে ।

এই চুক্তি স্বাক্ষৰিত কৰি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় বড়ো নেতৃবৰ্গ । বড়ো নেতৃবৰ্গৰ আগমনৰ লগে লগেই বিমানবন্দৰত এক উছৱমুখৰ পৰিৱেশত সকলোকে আদৰনি জনায় বড়োসকলে ৷

Intro:BTR স্বাক্ষৰিত কৰি বিমানবন্দৰত উপস্থিত হল নেতৃবৰ্গ ।

Body:যোৱা 27জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত হল বহু প্ৰতিক্ষিত বড়ো শান্তি চুক্তি । BTRক লৈ উৎফুল্লিত বড়ো জনতা সকল । ত্ৰিপাক্ষিক এই চুক্তিত স্বাক্ষৰ কৰিছে NDFBৰ হৈ ৰঞ্জন দৈমাৰী, ধীৰেন বড়ো, গোবিন্দ বসুমতাৰী আৰু বি চাউৰাইগৌৰাৰ লগতে এবচুৰ সভাপতি প্ৰমোদ বড়ো,পিজেএচিবিএম আৰু ইউবিপিঅৰ নেতৃবৰহ। লগতে অসম চৰকাৰৰ হৈ স্বাক্ষৰ কৰিছে মূখ্য সচিব সঞ্জয় কৃষ্ণই । কেন্দ্র চৰকাৰৰ হৈ গৃহ বিভাগৰ যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গে স্বাক্ষৰ কৰে। আজি এই চুক্তি স্বাক্ষৰিত কৰি বৰঝাৰ বিমানবন্দৰত উপস্থিত হল নেতৃবৰ্গ । এটা এটাকৈ পুৱাৰ বিমানবন্দৰত উপস্থিত হল এই সকল । বিমানবন্দৰত নেতৃবৰ্গক আদৰিবলৈ বিভিন্ন দল সংগঠন উপস্থিত হৈ আদৰি নিয়ে ।

Conclusion:উল্লেখ যে 1993 বিএচি নামেৰে প্ৰথমখন চুক্তি হৈ 2003 চনত বিএলটি আৰু কেন্দ্রীয় চৰকাৰৰ মাজত বৃটিচি নামেৰে দ্বিতীয় চুক্তি হৈছিল ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv Bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.