ETV Bharat / city

বিটিচি নিৰ্বাচনৰ ভোটগণনা : শেহতীয়া তথ্য... - বিটিচি নিৰ্বাচনৰ ভোটগণনা

শেহতীয়া তথ্য
বিটিচি নিৰ্বাচনৰ ভোটগণনা
author img

By

Published : Dec 12, 2020, 10:04 AM IST

Updated : Dec 12, 2020, 11:05 AM IST

09:58 December 12

নিৰ্ণয় হ'ব 40 টা পৰিষদীয় সমষ্টিৰ 241 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

*আজি বিটিচি নিৰ্বাচনৰ ভোটগণনা    

*নিৰ্ণয় হ'ব 40 টা পৰিষদীয় সমষ্টিৰ 241 গৰাকী প্ৰাৰ্থীৰ ভাগ্য     

*দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল 4 খন জিলাৰ নিৰ্বাচন    

*4 খন জিলাৰ দহটা ভোটকেন্দ্ৰত ভোটগণনা   

*বিপিএফ আৰু ইউপিপিএলৰ মাজত তুমুল যুঁজ   

*বহুকেইখন আসনতে অগ্ৰগতি লাভ কৰি আছে ইউপিপিএলে    

*ওদালগুৰিৰ ৰৌতাত ইউপিপিএলৰ অগ্ৰগতি   

*প্ৰথম ৰাউণ্ডত চিৰাং, চিৰাং দুৱাৰ আৰু কাজলগাঁও সমষ্টিত বিপিএফৰ অগ্ৰগতি    

*পোষ্টেল বেলটৰ ভোটগণনা সম্পন্ন   

*নাকচ হৈছে 27 টা ভোট    

*বাক্সাৰ শালবাৰীত ইউপিপিএলৰ অগ্ৰগতি    

*মুছলপুৰত ইউপিপিএলৰ অগ্ৰগতি    

*গোঁসাইগাঁৱৰ গুমাত বিপিএফৰ অগ্ৰগতি    

*গোঁসাইগাঁৱৰ কচুগাঁৱত ইউপিপিএলৰ অগ্ৰগতি    

*গোঁসাইগাঁৱৰ চৰাইবিলত বিপিএফৰ অগ্ৰগতি    

*18 খন আসনত ইউপিপিএলৰ অগ্ৰগতি    

*বানৰগাঁৱক বিপিএফৰ অগ্ৰগতি      

*তামুলপুৰৰ দৰঙাজুলিত ইউপিপিএলৰ অগ্ৰগতি         

*দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি     

*কছুগাঁৱত পিছপৰি আছে হাগ্ৰামা মহিলাৰী   

*তামুলপুৰৰ গয়বাৰীত ইউপিপিএলৰ অগ্ৰগতি  

*নাগ্ৰীজুলিত ইউপিপিএলৰ অগ্ৰগতি 

09:58 December 12

নিৰ্ণয় হ'ব 40 টা পৰিষদীয় সমষ্টিৰ 241 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

*আজি বিটিচি নিৰ্বাচনৰ ভোটগণনা    

*নিৰ্ণয় হ'ব 40 টা পৰিষদীয় সমষ্টিৰ 241 গৰাকী প্ৰাৰ্থীৰ ভাগ্য     

*দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল 4 খন জিলাৰ নিৰ্বাচন    

*4 খন জিলাৰ দহটা ভোটকেন্দ্ৰত ভোটগণনা   

*বিপিএফ আৰু ইউপিপিএলৰ মাজত তুমুল যুঁজ   

*বহুকেইখন আসনতে অগ্ৰগতি লাভ কৰি আছে ইউপিপিএলে    

*ওদালগুৰিৰ ৰৌতাত ইউপিপিএলৰ অগ্ৰগতি   

*প্ৰথম ৰাউণ্ডত চিৰাং, চিৰাং দুৱাৰ আৰু কাজলগাঁও সমষ্টিত বিপিএফৰ অগ্ৰগতি    

*পোষ্টেল বেলটৰ ভোটগণনা সম্পন্ন   

*নাকচ হৈছে 27 টা ভোট    

*বাক্সাৰ শালবাৰীত ইউপিপিএলৰ অগ্ৰগতি    

*মুছলপুৰত ইউপিপিএলৰ অগ্ৰগতি    

*গোঁসাইগাঁৱৰ গুমাত বিপিএফৰ অগ্ৰগতি    

*গোঁসাইগাঁৱৰ কচুগাঁৱত ইউপিপিএলৰ অগ্ৰগতি    

*গোঁসাইগাঁৱৰ চৰাইবিলত বিপিএফৰ অগ্ৰগতি    

*18 খন আসনত ইউপিপিএলৰ অগ্ৰগতি    

*বানৰগাঁৱক বিপিএফৰ অগ্ৰগতি      

*তামুলপুৰৰ দৰঙাজুলিত ইউপিপিএলৰ অগ্ৰগতি         

*দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি     

*কছুগাঁৱত পিছপৰি আছে হাগ্ৰামা মহিলাৰী   

*তামুলপুৰৰ গয়বাৰীত ইউপিপিএলৰ অগ্ৰগতি  

*নাগ্ৰীজুলিত ইউপিপিএলৰ অগ্ৰগতি 

Last Updated : Dec 12, 2020, 11:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.