ETV Bharat / city

বৰিপাৰাত ৰঙালী বিহুৰ বৰ্ণাঢ্য অনুষ্ঠান - ৰৱট প্ৰস্তুত কৰা প্ৰশিক্ষণ

এই বিহুমেলাত খেল-ধেমালিৰ লগতে শিশুসকলক ৰবট প্ৰস্তুতকৰণৰো প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ বিহুমেলাখনিত মহিলাসকলৰ জেং বিহুৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাসে গীত পৰিৱেশন কৰে ৷

বৰিপাৰাত ৰঙালী বিহুৰ বৰ্ণাঢ্য অনুষ্ঠান
author img

By

Published : Apr 16, 2019, 7:55 PM IST

গুৱাহাটী, ১৬ এপ্ৰিল : মঙলবাৰে গুৱাহাটী মহানগৰীৰ বৰিপাৰাস্থিত তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰতো আয়োজন কৰা হয় ৰঙালী বিহুৰ এক বৰ্ণাঢ্য অনুষ্ঠান । বৰিপাৰা-পাণ্ডৱ নগৰ মহিলা সমিতিয়ে আয়োজন কৰে এই বিহুমেলাৰ । এই বিহুমেলাত খেল-ধেমালিৰ লগতে শিশুসকলক ৰবট প্ৰস্তুতকৰণৰো প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ বিহুমেলাখনিত মহিলাসকলৰ জেং বিহুৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাসে গীত পৰিৱেশন কৰে ৷

বৰিপাৰাত ৰঙালী বিহুৰ বৰ্ণাঢ্য অনুষ্ঠান

উল্লেখযোগ্য যে বৰিপাৰা-পাণ্ডৱ নগৰ মহিলা সমিতিয়ে বিগত পাঁচ বছৰে পালন কৰি আহিছে এই বিহুমেলাখনিৰ ।

Slug: A_GHY_16APR_801_BORIPARA WOMEN BIHU_HIRUL

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে চৌদিশে এতিয়া পাৰভঙা উছাহ। ঢোল পেঁপাৰ মাতত মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ৰঙালী বিহুৰ বিশেষ অনুষ্ঠান। মহানগৰীৰ বৰিপাৰাস্থিত তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত বৰিপাৰা-পাণ্ডৱ নগৰ মহিলা সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে ৰঙালী বিহু। গীত-নৃত্যৰে লগতে বিভিন্ন খেল ধেমালী অনুষ্ঠিত কৰা হয়। পুৱাৰে পৰা মহিলাসকলৰ মাজত অনুষ্ঠিত হয় ৰছী টনা, পাৰ-পানী, মেজিক চেয়াৰকে ধৰি বহুটো খেল-ধেমালী। তাৰোপৰি শিশুসকলৰ মাজত অনুষ্ঠিত হয় ৰবত খেলৰ। শিশুসকলক ৰবত প্ৰস্তুতৰ প্ৰশিক্ষণো দিয়া হয়। 

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.