ETV Bharat / city

মধুমেহ ৰোগ সম্পৰ্কে আলোচনা চক্ৰ - diabetes

আলোচনা চক্ৰখনত মধুমেহ ৰোগৰ বিভিন্ন দিশ আৰু প্ৰতিৰোধৰ ওপৰত আলোচনা কৰা হয় ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধীৰাজ বৰা ৷

আজাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
author img

By

Published : Mar 7, 2019, 5:16 PM IST

গুৱাহাটী,৭মাৰ্চ: মহানগৰীৰ আজাৰাস্থিত গিৰিজা নন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিকেল চাইন্সৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতহৈছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ ।

আজাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধীৰাজ বৰা, এন আই পি ইৰ প্ৰধান সঞ্চালক অধ্যাপক ইউ এছ এন মূৰ্তি, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভাবেশ দাস আৰু আই আৰ পি ই আৰৰ অধ্যক্ষ পি পদম্ভাষণ ৰেড্ডী । আলোচনা চক্ৰখনত মধুমেহ ৰোগৰ বিভিন্ন দিশ আৰু প্ৰতিৰোধৰ উপৰত আলোচনা কৰা হয় ।

Slug:-A_Azara_Seminer_on_diabetes_girijanana_801-804_vis+bite_Ajay_Das

VO.. মহানগৰীৰ আজাৰস্থিত গিৰিজা নন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিকেল চাইন্সৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰে RECENT TRENDS in DIABETES RESEARCH ENGINEERING DRUGS DELEVERY TECHNOLOGIES AND NOVEL STRETEGIES শীৰ্ষক এখনি ৰাষ্টীয় পৰ্যায়ৰ আলোচনা চক্ৰ ।। উক্ত আলোচনা চক্ৰত মুখ্য অতিথি হিচাবে উপস্হিত থাকে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধীৰাজ বৰা , বিশিষ্ট অতিথি এন আই পি ই ৰ প্ৰধান সঞ্চালক অধ্যাপক ইউ এছ এন মূৰ্তি, GIPS ৰ অধ্যক্ষ ডঃ গৌৰাংগ দাস, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভাবেশ দাস আৰু আই আৰ পি ই আৰৰ অধ্যক্ষ  পি পদম্ভাষণ ৰেড্ডী ।। এই আলোচনা চক্ৰত মধুমেহ ৰোগৰ বিভিন্ন দিশ আৰু প্ৰতিৰোধৰ উপৰত আলোচনা কৰা হয় । 

BITE.. 

আজাৰা পৰা অজয় দাস, etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.