নিউজ ডেস্ক, 3 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ বৃহস্পতিবাৰৰ নিশা পুনৰ ৰাজ্যখনত 479 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰদান কৰে এই তথ্য ৷
-
📌Alert ~ 479 new #COVID19+ cases detected today. Out of these, 238 cases were reported from Guwahati City alone.
— Himanta Biswa Sarma (@himantabiswa) July 2, 2020 " class="align-text-top noRightClick twitterSection" data="
Request people to take proper precautions.
↗️Total cases 9434
↗️Recovered 6106
↗️Active cases 3311
↗️Deaths 14
11:50 PM/ July 02/ Day's total 479#AssamCovidCount pic.twitter.com/71eK7UcKhA
">📌Alert ~ 479 new #COVID19+ cases detected today. Out of these, 238 cases were reported from Guwahati City alone.
— Himanta Biswa Sarma (@himantabiswa) July 2, 2020
Request people to take proper precautions.
↗️Total cases 9434
↗️Recovered 6106
↗️Active cases 3311
↗️Deaths 14
11:50 PM/ July 02/ Day's total 479#AssamCovidCount pic.twitter.com/71eK7UcKhA📌Alert ~ 479 new #COVID19+ cases detected today. Out of these, 238 cases were reported from Guwahati City alone.
— Himanta Biswa Sarma (@himantabiswa) July 2, 2020
Request people to take proper precautions.
↗️Total cases 9434
↗️Recovered 6106
↗️Active cases 3311
↗️Deaths 14
11:50 PM/ July 02/ Day's total 479#AssamCovidCount pic.twitter.com/71eK7UcKhA
নতুনকৈ আক্ৰান্ত হোৱা 479 গৰাকী লোকৰ ভিতৰত 238 টা ঘটনা হৈছে গুৱাহাটী মহানগৰীৰ ৷ ইয়াৰ লগে-লগে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 9434 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6106 গৰাকীকৈ লোক ৷
আনহাতে ৰাজ্যখনত কৰ’ণা আক্ৰান্তত বৰ্তমানলৈকে মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3311 টা ঘটনা ৷ 2 জুলাইত ৰাজ্যখনত মুঠ 479 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷