ETV Bharat / city

অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন

অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে মহানগৰীৰ জিলা পুথিভঁড়ালৰ প্ৰেক্ষাগৃহত বাৰেৰহণীয়া অনুষ্ঠান আয়োজন কৰা হয় ।

অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন
অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Nov 21, 2020, 9:19 PM IST

গুৱাহাটী, ২১ নমেম্বৰঃ শনিবাৰে অসম গণ পৰিষদ দলৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে মহানগৰীৰ জিলা পুথিভঁড়ালৰ প্ৰেক্ষাগৃহত বাৰেৰহণীয়া অনুষ্ঠান আয়োজন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা ৯ বজাত গণেশগুৰিৰ পৰা আমবাৰীস্থিত জিলা পুথিভঁড়াললৈ আয়োজন কৰা বাইক ৰেলীত নেতৃত্ব দিয়ে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ।

অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন

প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অধিৱেশনত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, অগপৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক মনোজ শইকীয়া, সাংস্কৃতিক পৰিষদৰ সভানেত্ৰী কল্পনা পাটোৱাৰী, অগপৰ মুখপাত্ৰ সুনীল ডেকা আৰু ড° তপন দাস, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাকে প্ৰমুখ্যে কৰি বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে।
লগতে পঢ়ক: চিৰাঙত বিভিন্ন বিভাগৰ বিষয়াৰে বৈঠক বিটিচি নিৰ্বাচনী পৰ্যবেক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.