ETV Bharat / city

বিহু উপলক্ষ্যে অসম সাহিত্য সভাৰ বিশেষ অনুষ্ঠান

বিহু উপলক্ষ্যে অসম সাহিত্য সভাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে । "আমাৰ উৎসৱ আমাৰ ভৱিষ্যত" শীৰ্ষক এই অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে ৰমেশ পাঠক, বিদ্যা সাগৰ আৰু উপেন্দ্ৰ নাথ শৰ্মা । অনুষ্ঠানত সাহিত্য সভাই অসমীয়া ভাষা ৰক্ষাৰ বাবে সংকল্পবদ্ধ হোৱাৰ লগতে অসমৰ সকলো অনুষ্ঠানতে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে প্ৰচাৰ চলাব বুলি মন্তব্য কৰে ।

A SPECIAL PROGRAMME BY ASOM SAHITYA SABHA
author img

By

Published : Apr 13, 2019, 7:25 PM IST

গুৱাহাটী, ১৩ এপ্ৰিল: শনিবাৰে ৰঙালী বিহুৰ উৰুকা উপলক্ষ্যে ৰাজ্যৰ চৌদিশে উখল - মাখল পৰিবেশৰ সৃষ্টি হোৱাৰ সময়তে বিহুৰ সংগতি ৰাখি অসম সাহিত্য সভায়ো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে । অসম সাহিত্য সভাৰ প্ৰশাসনিক ভৱনৰ উদ্যোগত পাৰ্বতী প্ৰসাদ বৰুৱা ভৱনত "আমাৰ উৎসৱ আমাৰ ভৱিষ্যত" শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয় । অনুষ্ঠানত সাহিত্য সভাই অসমীয়া ভাষা ৰক্ষাৰ বাবে সংকল্পবদ্ধ হোৱাৰ লগতে অসমৰ সকলো অনুষ্ঠানতে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে প্ৰচাৰ চলাব বুলি মন্তব্য কৰে ।

A SPECIAL PROGRAMME BY ASOM SAHITYA SABHA

এই অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে ৰমেশ পাঠক, বিদ্যা সাগৰ আৰু উপেন্দ্ৰ নাথ শৰ্মা । অনুষ্ঠানতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাটাও বিহু দলে নৃত্যও প্ৰদৰ্শন কৰে ।

Intro:আজি ৰঙালীৰ উৰুকা ।ৰাজ্য ৰ চৌদিশে এতিয়া উখল মাখল পৰিবেশ ।ৰঙালী বিহুৰ লগত সংগতি ৰাখি অসম সাহিত্য সভায়ো লৈছে এক বিশেষ অনুষ্ঠান ।অসম সাহিত্য সভাৰ প্ৰশাসনিক ভৱনৰ উদ্যোগ ত "আমাৰ আমাৰ উৎসৱ আমাৰ ভৱিষ্যত "শীৰ্ষক এক অনুষ্ঠান পাৰ্বতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত হয় ।এই অনুষ্ঠানতে সাহিত্য সভাই অসমীয়া ভাষা ৰক্ষাৰ বাবে সংকল্পবদ্ধ হয় ।আজিৰ এই অনুষ্ঠানত সাহিত্য সভাৰ বিষয় ববীয়াৰ লগতে ৰমেশ পাঠক, বিদ্যা সাগৰ ,উপেন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে ।লগতে অসমৰ সকলো অনুষ্ঠানতে যাতে অসমীয়া ভাষা চলে তাৰ বাবে এক প্ৰচাৰ চলাব বুলি মন্তব্য কৰে ।আজিৰ এই অনুষ্ঠানতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বিহুৰ দলে বিহু নৃত্য প্ৰদৰ্শন কৰে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.