ETV Bharat / city

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দাখিল কৰিলে মনোনয়ন পত্ৰ

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল
author img

By

Published : Mar 30, 2019, 7:47 PM IST

গুৱাহাটী,৩০মাৰ্চঃ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে । শনিবাৰে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাই ঢোলে-ডগৰে সপৰিয়ালক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰাৰ্থীগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ ৰিৰ্টানিং বিষয়া কমল কুমাৰ বৈশ্যৰ হাতত মনোনয়ন পত্ৰখন দাখিল কৰি নিজৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে । লগতে অনাগত দিনত জনসাধৰণে ভুগি থকা নানান সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে প্ৰাৰ্থীগৰাকীয়ে ।

তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল

শৰ্মাৰ মতে তেওঁৰ লগত প্ৰতিদ্বন্দিতা কৰিব পৰা কোনো নাই । বিজয়া চক্ৰৱৰ্তী থাকিলে কিছু চিন্তা হ'লহেতেন বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ।

*SLUG= AMINGAON FIST MP ELECTION NOMINATION*

👉গুৱাহাটী লোকসভা সমষ্টিত প্ৰথমখন মনোনয়ন পত্ৰ দাখিল । 
👉তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে দাখিল কৰিলে প্ৰথমখন মনোনয়ন পত্ৰ । 
👉ঢোলে-ডগৰে সপৰিয়ালে আহি মনোনয়ন পত্ৰ দাখিল কৰিলে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ শৰ্মাই । 
👉গুৱাহাটী লোকসভা সমষ্টিৰ ৰিৰ্টানিং বিষয়া কমল কুমাৰ বৈশ্যৰ হাতত দাখিল কৰিলে মনোনয়ন পত্ৰ । 
👉মনোনয়ন পত্ৰ দাখিল কৰি ১০০% নিজৰ বিজয় সুনিশ্চিত বুলি দাবী কৰিলে প্ৰাৰ্থী গৰাকীয়ে । 

*VISUAL SEND BY FTP*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.