ETV Bharat / city

"কা" আন্দোলনৰ শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আজমল ফাউণ্ডেচনৰ - আৰ্থিক অনুদান

আজমল ফাউণ্ডেচনৰ ওপৰত লগোৱা সকলো অভিযোগ নস্যাৎ কৰে বদৰুদ্দিন আজমলে ৷ তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাই নাজানে FCRA আৰু FCR পাৰ্থক্য ৷

ajmal-foundation-give-financial-help
"কা" আন্দোলনৰ শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আজমল ফাউণ্ডেচনৰ
author img

By

Published : Dec 12, 2020, 7:04 PM IST

গুৱাহাটী, 12 ডিচেম্বৰ : "কা" আন্দোলনৰ শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়াইছে আজমল ফাউণ্ডেচনে ৷ দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত আজমল ফাউণ্ডেচনে আগবঢ়াই এই অনুদান ৷ প্ৰতিটো শ্বহীদ পৰিয়ালক সন্মান প্ৰদান কৰে এ আই ইউ ডি এফ দলৰ ৷ প্ৰতিটো শ্বহীদ পৰিয়ালক ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে বদৰুদ্দিন আজমলৰ ৷ শ্বহীদৰ পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰি বদৰুদ্দিন আজমলে কয় যে "কা আন্দোলন চলি যাব লাগে ৷ অসমীয়া ভাষা ৰক্ষাৰ বাবে চলিব লাগে এই আন্দোলন ৷"

"কা" আন্দোলনৰ শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আজমল ফাউণ্ডেচনৰ

ইফালে আজমল ফাউণ্ডেচনৰ ওপৰত লগোৱা সকলো অভিযোগ নস্যাৎ কৰে বদৰুদ্দিন আজমলে ৷ তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাই নাজানে FCRA আৰু FCR পাৰ্থক্য ৷ আজমল ফাউণ্ডেচনত অলপো দুৰ্নীতি নাই ৷ ইয়াৰ উপৰিও বিটিচিত এআইইউডিএফে 4 পৰা 5 খন আসন পাব বুলিও মন্তব্য কৰে আজমলে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বদৰুদ্দিন আজমল, মীৰা বৰঠাকুৰ, শিল্পী অজয় ফুকনকে ধৰি বহুতো ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তি ৷

লগতে পঢ়ক: কামাখ্যাত উপস্থিত RSS প্ৰধান মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.