ETV Bharat / city

গুৱাহাটীত নিৰ্মাণ কৰা হ'ল প্লাষ্টিকৰ পথ - পথটিৰ দৈৰ্ঘ্য এক কিলোমিটাৰ

নাৰেংগীৰ সেনা চাউনীত নিৰ্মাণ প্লাষ্টিকৰ পথ ৷ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পাইলট্ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হৈছে পথটি ৷

পৰীক্ষামূলকভাৱে নিৰ্মাণ পথটি
পথ নিৰ্মাণত ব্যৱহাৰ পেলনীয়া প্লাষ্টিক
author img

By

Published : Nov 30, 2019, 5:45 PM IST

Updated : Nov 30, 2019, 7:15 PM IST

গুৱাহাটী, 30 নৱেম্বৰ: প্লাষ্টিকৰ ব্যৱহাৰ ক্ষতিকাৰক বুলি গণ্য হোৱাৰ সময়তে,এক বিশেষ কামৰ বাবে অপৰিহাৰ্য অংশ হিচাপে গ্ৰহণ কৰা হৈছে প্লাষ্টিক ৷ শেহতীয়াকৈ কেইবা ঠাইতো পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে পথ ৷

1.2 মেট্ৰিক টন পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথটি
17 জুলাইত নিৰ্মাণৰ কাম আৰম্ভ কৰা পথটি সম্পূৰ্ণ হয় 16 নৱেম্বৰত

এইবাৰ মহানগৰীৰ নাৰেংগীৰ সেনা চাউনীৰ ভিতৰত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে এক কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ ৷ অত্যাধুনিক প্ৰযুক্তিৰে স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পাইলট্ প্ৰজেক্টৰ অধীনত 1.2 মেট্ৰিক টন পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথটি। চলিত বৰ্ষৰ 17 জুলাইত নিৰ্মাণৰ কাম আৰম্ভ কৰা পথটি সম্পূৰ্ণ হয় 16 নৱেম্বৰত ৷

অত্যাধুনিক প্ৰযুক্তিৰে পৰীক্ষামূলক মূলকভাৱে নাৰেংগীৰ সেনা চাউনীৰ ভিতৰত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ পথ

উল্লেখ্য যে,পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা অত্যাধুনিক প্ৰযুক্তিৰ এই পথটি, উত্তৰ পূৰ্বাঞ্চলৰ সেনা চাউনীৰ প্ৰথমটো পথ ৷

চ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পাইলট্ প্ৰজেক্টৰ অধীনত নিৰ্মাণ পথটি
পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে যাতায়াতৰ পথ

লগতে পঢ়ক: আৰ্ছেনিকৰ কৰাল গ্ৰাসত দৰঙৰ পাতি দৰঙ

Intro:পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মান Body:
Anchor:: পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মান ৷ নাৰেংগীৰ সেনা চাউনীত অত্যাধুনিক প্ৰযুক্তিৰে প্লাষ্টিকেৰে নিৰ্মান কৰিলে পথ ৷ যি সময়ত প্লাষ্টিকৰ ব্যৱহাৰ বিপদজ্জনক বুলি গন্য কৰিছে সেই সময়তে সেনাই কৰি দেখুৱালে এই নিদৰ্শন ৷
V.O.- পেলনীয়া প্লাষ্টিক হৈ পৰিছে অপৰিহাৰ্য সামগ্ৰী ৷ হয়, এতিয়াৰে পৰা পথ নিৰ্মানত ব্যৱহাৰ হৈছে পেলনীয়া সামগ্ৰী ৷ মহানগৰীৰ নাৰেংগীৰ সেনা চাউনিৰ ভিতৰত নিৰ্মাণ কৰা হৈছে এক কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ। অত্যাধুনিক প্ৰযুক্তিৰে 1.24 মেট্ৰিক টন পেলনীয়া প্লাষ্টিকেৰে নিৰ্মান কৰা হৈছে পথটি। স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পাইলত প্ৰজেক্টৰ অধীনত নাৰেংগীৰ সেনা চাউনিত সেনা বাহিনীৰ MES(Military Engineering Services) য়ে নির্মাণ কৰে পথটি। 5700 squre foot এলেকা সামৰি এই বৰ্ষৰ 17 জুলাইৰ পৰা আৰম্ভ কৰা পথটি 16 নৱেম্বৰত নিৰ্মান সম্পূৰ্ণ কৰিছে সেনাই ৷ পৰীক্ষামূলক মূলক ভাৱে নিৰ্মান কৰা এই পথটিৰ দৰে আগন্তক দিনত দেশৰ অন্য সেনা চাউনিতো এনেধৰনৰ পথ নিৰ্মান কৰা হব বুলি জানিবলৈ দিয়ে ৷
Bite:::
‌vo:: এনে প্ৰযুক্তিৰে নিৰ্মিত এই পথটি উত্তৰ পূৱৰ সেনা চাউনিৰ প্ৰথমটো পথ। অনাগত দিনত পেলনীয়া প্লাষ্টিকেৰে আৰু বহু ঠাইত নিৰ্মান কৰিব পথ ৷ যাৰ জৰিয়তে স্বচ্ছতাৰ ক্ষেত্ৰতো আহি পৰিব এক বিশেষ প্ৰভাৱ ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
Last Updated : Nov 30, 2019, 7:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.