ETV Bharat / city

অসমৰ পুনৰ তিনিজন আক্ৰান্ত কৰ'ণা ভাইৰাছত

author img

By

Published : May 16, 2020, 8:53 AM IST

অসমৰ পুনৰ তিনিজন আক্ৰান্ত কৰ'ণা ভাইৰাছত ৷ বৰ্তমানলৈকে অসমত আক্ৰান্তৰ সংখ্যা 89 জনলৈ বৃদ্ধি পাইছে ৷

অসমত আক্ৰান্তৰ সংখ্যা 89 জন
অসমৰ পুনৰ তিনিজন আক্ৰান্ত কৰ'ণা ভাইৰাছত

নিউজ ডেস্ক, 16 মে' : অসমত পুনৰ তিনিজন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত তিনিজন লোক কামৰূপ মেট্ৰ' জিলাৰ বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জানিবলৈ দিয়ে ৷ ইয়াৰে এজন লোক সৰুসজাই কোৱাৰান্টাইন কেম্প, এজন GMCH ৰ ৰোগী আৰু এজন পশ্চিম বংগৰ পৰা আহি অসমত উপস্থিত হোৱা লোক বুলি জানিব পৰা গৈছে ৷

বৰ্তমানলৈকে অসমত আক্ৰান্তৰ সংখ্যা 89 জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 41 জন আৰোগ্য হোৱাৰ লগতে মৃত্যু হৈছে দুজন লোকৰ ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.