ETV Bharat / city

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত - বাতিল হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

বাতিল হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা ৷ বিনা পৰীক্ষাৰে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ'ব ছাত্ৰ-ছাত্ৰী ৷

দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত
author img

By

Published : Apr 7, 2020, 11:12 PM IST

গুৱাহাটী, 7 এপ্ৰিল : উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ সকলো প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীক দ্বিতীয় বৰ্ষলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ শিক্ষা সংসদৰ ।

বৃহস্পতিবাৰে শিক্ষা সংসদৰ বৈঠকত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব এই সিদ্ধান্ত । উল্লেখ্য যে, পূৰ্বে ২৫ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈ অনুষ্ঠিত হ'বলগা পৰীক্ষা ক'ৰণা ভাইৰাছৰ বাবে বাতিল কৰা হৈছিল । ইতিমধ্যে চি বি এছ চি আৰু অন্য বৰ্ডসমূহেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.