ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP10 @ 9AM

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP10 @ 9AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 15, 2020, 9:03 AM IST

Updated : Sep 15, 2020, 10:58 AM IST

চলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা

7 ছেপ্তেম্বৰ পৰ্যন্ত এই বছৰটোত জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত 3,186 টা যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত কৰিছে পাকিস্তানে ৷ সোমবাৰে সংসদত এই তথ্য প্ৰদান কৰা হয় চৰকাৰৰ তৰফৰ পৰা ৷

এক আবেগিক পৰিবেশত চিত্তৰঞ্জন বসুমতাৰীৰ বিদায় অনুস্থান

ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আতঁ ধৰা এই অনুষ্ঠানত উপস্থিত থাকি আগন্তুক দিনৰ বাবে শুভেচ্ছামূলক ভাষণ আগবঢ়াই আটাছুৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ৰাতুল বুঢ়াগোহাঁইকে ধৰি বিভিন্ন দল সংগঠনৰ বহু সংখ্যক ছাত্রনেতা ।

নগাঁৱত এআইইউডিএফৰ সভাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

চামগুৰি সমষ্টিৰ লৰিৰমুখ মাৰ্কাজ একাডেমীত অনুষ্ঠিত হোৱা এক দলীয় সভাত এআইইউডিএফৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম আৰু মহিলা মৰ্চাৰ সভানেত্ৰী বিনা দৈমাৰীৰ সন্মুখতে দুয়ো ফৈদৰ সদস্যৰ মাজত প্ৰচণ্ড বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু এই বাক-বিতণ্ডাই পৰৱৰ্তী সময়ত সংঘাতলৈ পৰিণত হয় ৷

নগাঁৱত আৰক্ষীক আক্ৰমণ কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ

নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰাৰ অভিযোগত সোমবাৰে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ নগাঁও আৰক্ষীয়ে অভিযুক্ত দুজনক প্ৰেৰণ কৰে জেল হাজোতলৈ ।

চীনৰ চোৰাংচোৱা সংস্থাৰ নজৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা শচীন তেণ্ডুলকাৰলৈকে বহুকেইজন

কিন্তু এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ চীনৰ বিৰুদ্ধে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷ তথ্য অনুসৰি, শেহতীয়াকৈ চীনৰ কমিউনিষ্ট চৰকাৰে ইয়াৰ এক শীৰ্ষ প্ৰযুক্তিগত সংস্থাক ভাৰতৰ হাইপ্ৰফাইল ব্যক্তিৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ কামত নিয়োজিত কৰিছে ৷

অসম জাতীয় পৰিষদ দলক আদৰণি প্ৰমোদ বড়োৰ

এই নৱ গঠিত ৰাজনৈতিক দলটোক আদৰণি জনায় ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ তেখেতে কয় যে, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সকলোৰে ৰাজনৈতিক দল গঠনৰ অধিকাৰ আছে ৷ এই ক্ষেত্ৰত ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব বিচৰা সকলো লোকেকে আদৰণি জনাইছো ৷

অসম গণ পৰিষদ দলক আদৰণি কংগ্ৰেছৰ জেষ্ঠ নেতা এটুৱা মুণ্ডাৰ

সোমবাৰে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয় সদৌ অসম ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ৷

স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে বিশ্বনাথত প্ৰাণ গ'ল ৰোগীৰ

বিশ্বনাথৰ ক'ভিড চেণ্টাৰত স্বাস্থ্যকৰ্মীৰ হেমাহিৰ বাবেই এজন ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে, বিহালীৰ মিজিকাজান চাহ বাগিছাৰ 12 নং লাইনৰ বৰ্জু নায়ক নামৰ ব্যক্তিজনৰ জ্বৰ হৈ থকাৰ বাবে দেওবাৰে পুৱা 7 বজাত পুত্ৰই আনিছিল বিশ্বনাথ চাৰিআলিৰ ক'ভিড চেণ্টাৰলৈ ।

সাৱধান চোৰাং চিকাৰী ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে মৰণফান্দ

উল্লেখ্য যে,অসমৰ বন বিভাগে 2018 চনতে দ্ৰোণ ব্যৱহাৰ কৰিছিল আৰু 2019 চনতে ৰাষ্ট্ৰীয় উদ্যানত এই দ্ৰোণ ব্যৱহাৰ কৰি কৃতকার্য লাভ কৰিছিল । ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ইটিভি ভাৰতক জনায় যে,তিনিখন অত্যাধুনিক প্ৰযুক্তিৰ নতুন দ্ৰোণ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানত অনা হয় ৷

গড়চুক বজাৰৰ বিৰুদ্ধে দৰঙত ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰতিবাদ

হঠাৎ চাৰি-পাঁচ দিন মান আগত গড়চুক বজাৰৰ ইনচাৰ্জ গৰাকীয়ে উল্লেখিত এলেকাৰ ব্যৱসায়ী সকলক সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বুলি কৈ অপমান কৰি বজাৰৰ পৰা উলিয়াই দিয়ে বুলি তেওঁলোকে অভিযোগ প্ৰদান কৰিছে ৷

Last Updated : Sep 15, 2020, 10:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.