ETV Bharat / city

ঈদ উপলক্ষে ডিব্ৰুগড়ত সাহায্য বিতৰণ

ঈদৰ প্ৰাকমুহুৰ্তত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দাসকলক জাকাৰ্তে ইমদাদ ফাউণ্ডেচন ট্ৰাষ্টৰ সাহায্য বিতৰণ ৷ পৰিয়ালসমূহৰ মাজত চাউল, ডাইল, আলু, পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ ৷

author img

By

Published : May 11, 2021, 6:19 PM IST

ঈদ উপলক্ষে ডিব্ৰুগড়ত দৰিদ্ৰ সকলৰ মাজত সাহাৰ্য্য বিতৰণ

মৰাণ,11 মে' : ঈদৰ প্ৰাক মুৰ্হুতত ডিব্ৰুগড়ৰ জাকাৰ্তে ইমদাদ ফাউণ্ডেচন ট্ৰাষ্টে বিতৰণ কৰে সাহায্য ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ একাংশ পৰিয়ালৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰী যেনে- চাউল, ডাইল, আলু, পিঁয়াজ, মিঠাতেল, গাখীৰ বিতৰণ কৰে সংগঠনটোৱে ৷ ঈদৰ প্ৰাকক্ষণত জাকাৰ্তে ইমদাদ ফাউণ্ডেচন ট্ৰাষ্টে বিতৰণ কৰা খাদ্য সামগ্ৰী লাভ কৰা লোকসকলক আনন্দিত হোৱা দেখা যায় ৷

ইয়াৰ ওপৰিও বিগত সময়চোৱাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহক এই ট্ৰাষ্টৰ যোগেদি ৰিক্সা, ঠেলাৰ লগতে ব্যৱসায়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল । ট্ৰাষ্টৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে, ট্ৰাষ্টটোৰ জৰিয়তে প্ৰতি বছৰে মেধা সম্পন্ন ৫ গৰাকীকৈ দুখীয়া ছাত্ৰীক এলএলবি, ২ গৰাকী ছাত্ৰক এমবিএ পঢ়িবলৈ আৰ্থিক সাহায্য দিয়া হৈছিল ৷

লগতে পঢ়ক : অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব হোজাইৰ সকলো বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.