ETV Bharat / city

ডিব্ৰুগড়ত আলফাৰ লিংকমেন আটক

বুধবাৰে লাহোৱালত আটক হয় লিংকমেনটো

author img

By

Published : Mar 13, 2019, 11:10 PM IST

ডিব্ৰুগড়,13মাৰ্চ: ডিব্ৰুগড়ত সক্ৰিয় হৈ আছে আলফা । বুধবাৰে লাহোৱালত আটক হয় এটা আলফাৰ লিংকমেন । ৰহমৰীয়াৰ অনুপ গগৈ নামৰ এজন যুৱকজনক আলফাৰ লিংকমেনৰ অভিযোগত আটক কৰে আৰক্ষীয়ে ৷ধৃত অনুপ গগৈৰ ঘৰ ৰহমৰীয়াৰ খাগৰিজান মাইজানত ।

*Dib_14mrch_ULFA_BREAKING_jesim*

One image in ftp

:ডিব্ৰুগড়ত সক্ৰিয় আলফা।লাহোৱালত আলফাৰ লিংমেন গ্ৰেপ্তাৰ।ৰহমৰীয়াৰ  অনুপ গগৈ নামৰ এজন যুৱকক আলফা লিংমেনৰ অভিযোগত গ্ৰেপ্তাৰ।
ধৃত অনুপ গগৈৰ ঘৰ ৰহমৰীয়াৰ 
খাগৰিজান মাইজানত।
 
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.