ETV Bharat / city

ডিব্ৰুগড়ত প্ৰাক্তন এছএছবি জোৱানৰ গুলিচালনা ! - Firing in Dibrugarh

লকডাউনৰ মাজতে ডিব্ৰুগড়ত অঘটন ৷

ডিব্ৰুগড়ত গুলিচালনা !!
ডিব্ৰুগড়ত গুলিচালনা !!
author img

By

Published : May 18, 2020, 12:36 PM IST

Updated : May 18, 2020, 6:21 PM IST

ডিব্ৰুগড়, 18 মে' : লকডাউনৰ মাজতেই ডিব্ৰুগড়ত সংঘটিত হয় অঘটন ৷ প্ৰাক্তন এছএছবি জোৱানৰ দ্বাৰা সংঘটিত গুলিচালনাত নিহত হয় নিজ পত্নীৰ লগতে এগৰাকী সম্পৰ্কীয় ব্যক্তি ৷ কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অভিযুক্ত ব্যক্তিজনক বিচাৰি অভিযান আৰম্ভ কৰিছে ৷

ডিব্ৰুগড়ত প্ৰাক্তন এছএছবি জোৱানৰ গুলিচালনা !

প্ৰাক্তন এছএছবি জোৱান, সঞ্জয় দাসে সংঘটিত কৰে এই গুলিচালনা ৷ পইন্ট 32 পিষ্টলৰ দ্বাৰা ব্যক্তিজনে গুলিওৱাৰ ফলত নিহত হয় পত্নী স্বপ্না দাস আৰু সম্পৰ্কীয় ঘনকান্ত হাজৰিকা নাম ব্যক্তিগৰাকী ৷ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি, অভিযুক্ত সঞ্জয় দাসৰ বিৰুদ্ধে চাকৰি কালটো বন্দুক লৈ পলায়ন কৰাৰ অভিযোগ আছিল ৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত সঞ্জয় দাসক বিচাৰি বৃহৎ হাৰে তালাচী অভিযান আৰম্ভ কৰিছে ৷

Last Updated : May 18, 2020, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.