ETV Bharat / city

India Book of Records ত উজলিল ডিব্ৰুগড়ৰ হিমানীশ বৰুৱা - Himanish Baruah

ডিব্ৰুগড়ৰ হিমানীশ বৰুৱাই ৩৬ চেকেণ্ডত ধাৰাবাহিকভাৱে ১০৪ বাৰ Hing Knee Jump মাৰি লাভ কৰিলে India Book of Recordsৰ সন্মান ৷ প্ৰতিভাসম্পন্ন এইজন কিশোৰ হ'ল টংকেশ্বৰ বৰুৱা আৰু দীপাঞ্জলী বৰুৱাৰ সুযোগ্য সন্তান হিমানীশ বৰুৱা । জীৱিকা সূত্ৰে হিমানীশ বৰুৱাৰ পিতৃ টংকেশ্বৰ বৰুৱা অসম গেছ কোঃ লি'ৰ ডিব্ৰুগড় শাখাৰ এজন অভিযন্তা । ডন বস্ক' স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ হিমানীশ বৰুৱাক এই সন্মান লাভ কৰি যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে ৷ তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে অঞ্চলবাসীও হিমানীশ বৰুৱাকলৈ গৌৰৱ অনুভৱ কৰিছে ৷

Dibrugarh's teen achive India books of records
এইবাৰ India Book of Records ত উজ্বলিল ডিব্ৰুগড়ৰ হিমানীশ বৰুৱা
author img

By

Published : Nov 18, 2021, 9:59 AM IST

ডিব্ৰুগড়ৰ হিমানীশ বৰুৱাই ৩৬ চেকেণ্ডত ধাৰাবাহিকভাৱে ১০৪ বাৰ Hing Knee Jump মাৰি লাভ কৰিলে India Book of Recordsৰ সন্মান ৷ প্ৰতিভাসম্পন্ন এইজন কিশোৰ হ'ল টংকেশ্বৰ বৰুৱা আৰু দীপাঞ্জলী বৰুৱাৰ সুযোগ্য সন্তান হিমানীশ বৰুৱা । জীৱিকা সূত্ৰে হিমানীশ বৰুৱাৰ পিতৃ টংকেশ্বৰ বৰুৱা অসম গেছ কোঃ লি'ৰ ডিব্ৰুগড় শাখাৰ এজন অভিযন্তা । ডন বস্ক' স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ হিমানীশ বৰুৱাক এই সন্মান লাভ কৰি যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে ৷ তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে অঞ্চলবাসীও হিমানীশ বৰুৱাকলৈ গৌৰৱ অনুভৱ কৰিছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.