ETV Bharat / city

জানুৱাৰীত সদৌ অসম গ্ৰাম্য প্ৰধান সন্থাৰ কেন্দ্ৰীয় অধিৱেশন

author img

By

Published : Dec 21, 2021, 1:43 PM IST

ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব সদৌ অসম গ্ৰাম্য প্ৰধান সন্থাৰ কেন্দ্ৰীয় অধিৱেশন (Central meeting of Gramya Pradhan Santha) ৷ এই অধিৱেশনত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

cm-himanta-biswa-sharma-will-attend-sharma-general-meeting-of-all-assam-gram-pradhan-sanstha
ডিব্ৰুগড়ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মৰাণ, 21 ডিচেম্বৰ : ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব সদৌ অসম গ্ৰাম্য প্ৰধান সন্থাৰ কেন্দ্ৰীয় অধিৱেশন (Gramya Pradhan Santha Adhibeshan at Dibrugarh) ৷ নতুন বছৰৰ জানুৱাৰী মাহত ডিব্ৰুগড়ৰ দুলীয়া গাঁৱৰ ৰাজহুৱা বাইথ' মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন (Gramya Pradhan Santha Adhibeshan will be start from January)ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sharma will attend meeting of the Gramya Pradhan Santha) ৷

সোমবাৰে এই অধিৱেশন সুকলমে চলাই নিবলৈ গঠন কৰা হয় এখন আদৰণি সমিতি ৷ ডিব্ৰুগড়ৰ দুলীয়া গাঁৱৰ ৰাজহুৱা বাইথ' মন্দিৰৰ প্ৰেক্ষাগৃহত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনত ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

ইতিমধ্যে আদৰণি সমিতিয়ে অধিৱেশনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । সোমবাৰে অনুষ্ঠিত হোৱা এই সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উপস্থিত সকলোৱে দিহা-পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক : IAF aircraft crash : দুবছৰত ভাৰতীয় বায়ুসেনাৰ 7 খন বিমান দুৰ্ঘটনাত পতিত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.