ETV Bharat / city

মানকটাত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ - dead body recovered at mankota

ডিব্ৰুগড় জিলাৰ মানকটা পথৰ ওপৰত থকা জকাই চেঁচা দলংৰ তলত মৃতদেহ উদ্ধাৰ ৷ জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷

dead body recovered
dead body recovered
author img

By

Published : Apr 23, 2021, 6:48 AM IST

মৰাণ, 23 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ মানকটা পথৰ ওপৰত থকা জকাই চেঁচা দলঙৰ তলত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ ৷ ৰঙা চোলা পৰিধান কৰা মৃতদেহটোৰ এতিয়ালৈ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷

মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে জকাই অঞ্চলত ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ: গা লৰিল নগাঁও জিলা প্ৰশাসন-স্বাস্থ্য বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.