ETV Bharat / city

Sankar Sangha Adhiveshan : নিজান পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনস্থলী

দেওবাৰে অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যাক বাৰ্ষিক অধিৱেশনস্থলী (Sankardev Sangha Adhiveshan at Naharkatia) ৷ বিদায়ী বেলাত উচুুপি উঠিল উদযাপন সমিতি ৷

author img

By

Published : Feb 28, 2022, 5:18 PM IST

91st-of-sankar-sangha-adhiveshan-at-naharkatia-concluded
নিজান পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনস্থলী

মৰাণ, 28 ফেব্ৰুৱাৰী : নিজম পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যাক বাৰ্ষিক অধিৱেশনস্থলী (Sankardev Sangha Adhiveshan at Naharkatia) ৷ বিদায়ী বেলিকাত উচুপি উঠিল উদযাপন সমিতি ৷ অশ্ৰু সিক্ত নয়নেৰে বিদায় জনালে ভকত বৈষ্ণৱসকলক ৷ উল্লেখ্য যে শুকুৰবাৰে আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সফল সমাপ্তি ঘটে ।

এই বিগত তিনিদিন ধৰি হৰি নামেৰে মুখৰিত হৈ আছিল নাহৰকটীয়াৰ ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ ৷ বিদায়ী পৰ্বত আবেগিক হৈ ডিব্ৰুগড় জিলাৰ আই মাতৃ সকলে হৰি নাম গাই বিদায় দিলে ভকত বৈষ্ণৱ সকলক । বিদায় পৰ্বত ইজনে সিজনক সাৱতি চকুপানী টুকা দৃশ্যই এক আৱেগিক পৰিৱেশে বিৰাজ কৰিলে অধিৱেশনস্থলী ।

জানিব পৰা মতে, 2023 চনত ধেমাজি জিলাৰ আতিথ্যত জোনাই বাসী ৰাইজৰ সহযোগত জোনাইত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনখন । যাৰ বাবে জোনাই শাখাই 100 খন গাড়ীৰে সংঘৰ ধৰ্মধ্বজা ভাগি আদৰি লৈ যায় নিজৰ জিলালৈ । মুঠৰ ওপৰত বিগত তিনি দিন ধৰি হৰি নামেৰে মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হ’ল ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ ৷

লগতে পঢ়ক : Indian students harassment Ukraine : ইউক্ৰেইন সীমান্তত ভাৰতীয় শিক্ষাৰ্থীৰ দুৰৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.