ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 17, 2022, 9:13 AM IST

পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ

মৰাণস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত মাৰপিটৰ ঘটনা(Dibrugarh Jawahar Navodaya Vidyalaya) ৷ পাঁচ ছাত্ৰৰ নিৰ্মম আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আহত এজন ছাত্ৰ(Brutal torture with Student of JNV)। অভিযুক্ত ছাত্ৰকেইজনক অনিৰ্দিষ্ট দিনলৈ নিলম্বন বিদ্যালয় কৰ্তৃপক্ষৰ ৷

স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়া চিকিৎসা শিবিৰ

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমছুৰ মহিলা কোষৰ সহযোগত মঙলবাৰে চাউলখোৱাত এটি বিনামূলীয়া চকু আৰু স্বাস্থ্য শিবিৰ আয়োজন কৰে (Free eye check up camp in Dibrugarh ) ৷

ঘৰৰ ভিতৰত বাহন সোমাই মহতিয়াই লৈ গ’ল শুই থকা যুৱতীক

তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বাসগৃহৰ দেৱাল ভাগি ভিতৰত সোমাই যায় (Bolero met an accident in Dhuri)৷ ফলত বাসগৃহটোৰ ভিতৰত শুই থকা এগৰাকী 22 বছৰীয়া যুৱতী গুৰুতৰভাৱে হয় ৷

কা আন্দোলনত নিহতসকলৰ ক্ষেত্ৰত তদন্ত সম্পূৰ্ণ নকৰাটো অক্ষমণীয় ক্ৰুটি আখ্যা হীৰেন গোঁহাইৰ

কা আন্দোলনৰ প্ৰসংগত পুনৰ সংবাদমেল সম্বোধন কৰিলে বুদ্ধিজীৱী ড৹ হীৰেন গোঁহায়ে ৷ কা আন্দোলনত আৰক্ষীৰ গুলীত নিহতসকলে এতিয়া ক্ষতিপূৰণ নোপোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড৹ গোঁহায়ে ৷

জনতা ভৱনত মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

চৰকাৰে পত‍াকা উত্তোলন তথা উৰুৱাই ৰখাত যিমান গুৰুত্ব দিলে সিমান গুৰুত্ব পতাকাখন নমাই ৰখাত নিদিলে । যাৰ পৰিপ্ৰেক্ষিতত ১৬ আগষ্টতো বহু অঞ্চলত উৰি থাকিল জাতীয় পতাকা । আনতো বাদেই, স্বয়ং চৰকাৰৰ ঘৰখনতেই মঙলবাৰেও উৰি থাকিল জাতীয় পতাকা(National flag continued to fly at Janata Bhawan on Tuesday)।

লিটাৰত ২ টকা বৃদ্ধি আমুল আৰু মাদাৰ ডেইৰী গাখীৰৰ মূল্য

মঙলবাৰে আমুল গ'ল্ড, আমুল শক্তি আৰু আমুল তাজা গাখীৰ ব্ৰেণ্ডৰ মূল্য প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰা হয় (Prices of Amul milk hike Rs 2 per litre) ।

গুৱাহাটী পৌৰ নিগমৰ ২০ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান

মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত চলিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান ৷ পৌৰ নিগমখনত সংঘটিত হোৱা ২০ কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ অভিযোগৰ ভিত্তিত চলিল এই অভিযান (CM Vigilance Raids in GMC)।

অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত নেতাগৰাকীক স্মৰণ কৰিলে ৰাজ্যিক বিজেপিয়ে

পুণ্য তিথিত অটল বিহাৰী বাজপেয়ীক স্মৰণ ৰাজ্যিক বিজেপিৰ (Atal Bihari Vajpayee death anniversary) । ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ লগতে বুথ আৰু মণ্ডল পর্যায়ত অটল বিহাৰী বাজপেয়ীক সোঁৱৰণ (State BJP remembers Atal Bihari Vajpayee on his death anniversary) ।

আইন উলংঘনকাৰী যান বাহনৰ বিৰুদ্ধে বিশ্বনাথত পৰিবহণ বিভাগৰ অভিযান

পূৰ্বতকৈ অধিক কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ ৷ যান বাহন আইন উলংঘনকাৰী চালকক নাকী লগাবলৈ অভিযান চলাইছে বিশ্বনাথৰ পৰিবহণ বিভাগ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.