ETV Bharat / city

মানকাচৰত জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজক

author img

By

Published : Aug 23, 2020, 9:39 PM IST

মানকাচৰৰ অসম মেঘালয় সীমান্তৰ উন্নয়নত গুৰুত্ব নাই বিধায়ক ডাঃ মতিয়ৰ ৰহমান মণ্ডলৰ । দীৰ্ঘদিনৰ পৰা যমৰ যাতনা ভোগ কৰা স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ ৷

Pathetic Road Condition at Mancachar
PathePathetic Road Condition at Mancachartic Road Condition at Mancachar

ধুবুৰী, 23 আগষ্ট: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তৰ এখন গাঁৱৰ এনে জৰাজীৰ্ণ বাট পথে দীৰ্ঘদিনে জ্বলাকলা খুৱাই আহিছে ৰাইজক । মানকাচৰৰ অসম মেঘালয় সীমান্তৰ উন্নয়নত গুৰুত্ব নাই বিধায়ক ডাঃ মতিয়ৰ ৰহমান মণ্ডলৰ ।

মানকাচৰৰ অসম মেঘালয় সীমান্ত ধানুৱা গাঁও পঞ্চায়তৰ দৃশ্য এয়া । পুখুৰী সদৃশ বাটপথৰ বাবে ব্যাহত হৈ পৰিছে একপ্ৰকাৰ ৰাইজৰ যাতায়ত । এইক্ষেত্ৰত গুৰুত্ব নাই বিধায়ক মতিয়ৰ ৰহমান মণ্ডল আৰু জিলা প্ৰশাসনৰ ।

পৰিৱৰ্তন কামী চৰকাৰৰ দিনতো দীৰ্ঘদিনীয়া এনে বাটপথৰ জ্বলন্ত সমস্যাই অতিষ্ঠ কৰি তুলিছে গাঁওবাসীক । স্থানীয় কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ ভুমিকাক লৈ ক্ষোভ স্থানীয় ৰাইজৰ ।

মানকাচৰত জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ৰাইজক

অসম মেঘালয় সীমান্তৱৰ্তী গাঁৱখনৰ ৰাইজৰ বহিঃবিশ্বৰ সৈতে যোগাযোগৰ এইখন একমাত্ৰ পথ মেৰামতিৰ বাবে দীৰ্ঘদিনে দাবী কৰি আহিছে যদিও ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব নাই চৰকাৰ,প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ । এতিয়া চৰকাৰ আৰু জিলা প্ৰশাসনে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই লক্ষ্যণীয় বিষয় হৈ পৰিছে ।

লগতে চাওক-বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.