ETV Bharat / city

বি টি চিৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হ'ব কিং মেকাৰ !

কংগ্ৰেছে ৰক্ষা কৰিব বি টি চি পৰিষদীয় নিৰ্বাচন ৷ কংগ্ৰেৰ সহযোগ অবিহনে কোনো এটা দলে গঠন কৰিব নোৱাৰিব পৰিষদ ৷ 2021 পুনৰ শাসনলৈ আহিব কংগ্ৰেছ ৷ 'কা' বিৰোধী শক্তিৰে গঠন কৰিব চৰকাৰ ৷

author img

By

Published : Mar 19, 2020, 1:40 PM IST

btr-election-king-maker-congress
বি টি চি'ৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হব কিং মেকাৰ

বিলাসীপাৰা 19 মাৰ্চ : সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হ'ব কিং মেকাৰ ৷ কংগ্ৰেছৰ সমৰ্থন অবিহনে কোনো এটা দলেও পৰিষদ গঠন কৰিব নোৱাৰে ৷ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ ৷ বুধবাৰে নিশা প্ৰায় দহ মান বজাত বিলাসীপাৰাৰ সোণামুখীত উপস্থিত হৈ এই দৰে মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ বি টি চি পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত কেইবাটাও সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশ গ্ৰহণ কৰে ৰকিবুল হুছেইনে ৷

বি টি চি'ৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হব কিং মেকাৰ !

পূৱ বিলাসীপাৰাৰ যুৱ কংগ্ৰেছী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশ্বাহৰ বাসগৃহত উপস্থিত হৈ দলীয় সতীৰ্থৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা যায় | সাংবাদিকৰ আগত নেতা গৰাকীয়ে কয় আগন্তুক ২০২১ ৰ নিৰ্বাচনত ৰাজ্যত 'কা' বিৰোধী শক্তি একত্ৰিত হৈ বিজেপিক অসমৰ পৰা উৎখাত কৰিব ৷ কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব এখন শক্তিশালী চৰকাৰ ৷

লগতে পঢকঃ শিষ্যৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আগবাঢ়ি আহিল শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.