ETV Bharat / city

অসম আৰক্ষীৰ এ:বি: কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উৰ্ত্তীৰ্ণক চাকৰি প্ৰদানৰ দাবী - guwahati high court order

বিলাসীপাৰাৰ বাঙ্গালীপাৰাত সোমবাৰে অসম আৰক্ষীৰ এ:বি: কনিষ্টবল পদত বাছনি হোৱা ধুবুৰী জিলা সমিতিৰ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ | হাতে হাতে প্লেকাৰ্ড লৈ প্ৰাৰ্থী সকলোক নিযুক্তি দিবলৈ চৰকাৰলৈ কাতৰ আহ্বান । অন্যথা সমূহীয়া আত্মজাহৰ হুংকাৰ |

অসম আৰক্ষীৰ এ:বি: কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উৰ্ত্তীৰ্ণক চাকৰি প্ৰদানৰ দাবী

author img

By

Published : May 31, 2021, 7:35 PM IST

বিলাসীপাৰা, 31 মে': বিগত ২০০৯-১০ বৰ্ষত অসম চৰকাৰে অনুষ্ঠিত কৰা অসম আৰক্ষীৰ এ বি কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা অসমৰ তিনিশ প্ৰাৰ্থীয়ে সম্প্ৰতি হতাশাত ভুগিছে । উক্ত পদত উত্তীৰ্ণ প্ৰাৰ্থী সকলোক বিগত ১১ বছৰে নিযুক্তিৰ নামত বঞ্চিত কৰি আহিছে |

যাৰ বাবে বঞ্চিত প্ৰাৰ্থী সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল | সম্পূৰ্ণ ৯ বছৰ পিছত উচ্চ ন্যায়ালয়ে প্ৰাৰ্থী সকলক এমাহৰ ভিতৰত নিযুক্তি দিয়াৰ ৰায়দান কৰে |

অসম আৰক্ষীৰ এ:বি: কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উৰ্ত্তীৰ্ণক চাকৰি প্ৰদানৰ দাবী

কিন্তু ইয়াৰ পিছতো আজিলৈ লাভ নকৰিল চাকৰিত যোগদান পত্ৰ । যিহেতু এইবাৰ নতুন চৰকাৰ গঠন হ'ল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ একলাখ নিৱনুৱাক নিযুক্তি দিয়াৰ বাবে ঘোষণা প্ৰকাশ কৰিছে ।

তেনে ক্ষেত্ৰত এক লাখ নিৱনুৱাক নিযুক্তিৰ ভিতৰত যেন এইসকল অসম আৰক্ষীৰ এ বি কনিষ্টবল পদত বাছনি হোৱা প্ৰাৰ্থী সুযোগ পায় তাৰ বাবে চৰকাৰলৈ কাতৰ অনুৰোধ কৰে । উল্লেখযোগ্য যে, এই ক্ষেত্ৰত নৱ নিৰ্বাচিত চৰকাৰ খনে হতাশাহত ভুগি থকা প্ৰাৰ্থী সকলৰ নিযুক্তিৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহন কৰিব সেয়া লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : চিকিৎসালয়ত ভৰ্তি কৰোৱা ক’ভিড ৰোগীৰ মৃতদেহ ফুটপাতত উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.