ETV Bharat / business

দিল্লীত সোণৰ মূল্যত 905 টকা আৰু ৰূপৰ মূল্যত 3,347 টকাৰ বৃদ্ধি

author img

By

Published : Jul 28, 2020, 5:25 AM IST

এইজডিএফচি চিকিউৰিটিজৰ জেষ্ঠ বিশ্লেষক তপন পটেলৰ মতে, দিল্লীত 24 কেৰেট সোণৰ মূল্যত বৃদ্ধি দেখিবলৈ পোৱা গৈছে ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত দামৰ তাৰতম্য হোৱাৰ বাবেই দিল্লীত 24 কেৰেট সোণৰ মূল্যত 905 টকাৰ বৃদ্ধি দেখা পোৱা যায় ৷

Gold jumps rs 905 silver zooms Rs 3347
Gold jumps rs 905 silver zooms Rs 3347

নতুন দিল্লী , 28 জুলাই : দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য় ৷ সোমবাৰে দিল্লীৰ বজাৰত সোণৰ মূল্যত 905 টকাৰ বৃদ্ধি দেখিবলৈ পোৱা যায় ৷ ইয়াৰ লগে-লগে বৰ্তমানে 10 গ্ৰাম সোণৰ মূল্য হৈছে গৈ 52,960 টকা ৷ এইজডিএফচি চিকিউৰিটিয়ে প্ৰদান কৰিছে এই তথ্য ৷ ইয়াৰ পূৰ্বে 10 গ্ৰাম সোণৰ মূল্য আছিল 52,055 টকা ৷

আনহাতে ৰূপৰ মূল্যটো দেখা পোৱা গৈছে বৃহৎ উত্থানৰ ৷ সোমবাৰে 3,347 টকাৰ বৃদ্ধিৰে প্ৰতি কিলোগ্ৰামত ৰূপৰ মূল্য হৈছে 65,670 টকা ৷ শুকুৰবাৰে ইয়াৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত 62,323 টকা ৷

এইছডিএফচি চিকিউৰিটিৰ জ্যেষ্ঠ বিশ্লেষক তপন পটেলে সোমবাৰে দিল্লীত 24 কেৰেট সোণৰ মূল্যত 905 টকাৰ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে । আনহাতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি আউন্সত সোণৰ মূল্য 1,935 মাৰ্কিন ডলাৰ হোৱাৰ বিপৰীতে ৰূপৰ প্ৰতি আউন্সত বৰ্তমানৰ মূল্য হৈছে 24 মাৰ্কিন ডলাৰ ৷

লগতে চাওক-ৰাজ্যত 33576 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.