ETV Bharat / business

বিত্তীয় মন্ত্ৰণালয়ে আদায় দিব লাগিব 3-5 শতাংশ আয়কৰ !

মন্ত্ৰণালয়ে দেশত ডিজিটেল লেনদেন বাধ্যতামূলক কৰাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এখন ডিজিটেল অৰ্থনৈতিক দেশ গঢ়াৰ দিশে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ ৷ নগদ ধন ব্যৱহাৰ আৰু ক’লা ধন ৰোধ কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

পৰৱৰ্তী বাজেটত বিত্তীয় মন্ত্ৰণালয়ে বছৰী 10 লাখ নগদ ধন মুকলালে 3-5% আয়কৰ আদায় দিব লগা হ’ব পাৰে
author img

By

Published : Jun 10, 2019, 11:52 PM IST

নিউজ ডেস্ক,10 জুন: বিত্তীয় মন্ত্ৰণালয়ৰ আগন্তুক বাজেটত এই প্ৰস্তাৱ আগবঢ়াব ৷ এই প্ৰস্তাৱ অনুসৰি বছৰি 10 লাখ নগদ ধন মোকলালে 3-5% আয়কৰ আদায় দিব লগা হ’ব পাৰে ৷ মন্ত্ৰণালয়ে দেশত ডিজিটেল লেনদেন বাধ্যতামূলক কৰাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এখন ডিজিটেল অৰ্থনৈতিক দেশ গঢ়াৰ দিশে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ ৷ নগদ ধন ব্যৱহাৰ আৰু ক’লা ধন ৰোধ কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ 10 লাখ টকাত 30ৰ পৰা 50 হেজাৰ টকা কৰ হিচাপে দায়াটো এক লোকচান হিচাপে ধাৰণা কৰা হ’ব যাৰ ফলত বৃহৎ অংকৰ ধনৰ লেনদেন কৰাৰ পৰা বিৰত থাকিব গ্ৰাহকসকল ৷ এখন গোপন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও কৰৰ পৰিমান ধাৰ্য কৰা হোৱা নাই কিন্তু এক সুত্ৰৰ মতে এই পৰিমান 5% কৈ কম নহব বুলি ধৰা হৈছে ৷

লগতে পঢ়ক: অৰ্থনৈতিক সংকটত বিএছএনএলঃ চাটাই কৰিব চুক্তিৱদ্ধ কৰ্মচাৰী

উল্লেখ্য যে বিগত কেইদিনমান পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে NEFT/RTGS সেৱা সমূহৰ পৰা এই সেৱা ব্যৱহাৰ কৰিলে বেঙ্কে সমূহে দিবলগীয়া মাচুল ৰেহাই দিছিল ৷ RBIয়ে এই সিদ্ধান্ত ডিজিটেল লেনদেনৰ প্ৰচাৰৰ বাবে গ্ৰহন কৰিছে ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.