ETV Bharat / business

জমেট' আৰু চুইগীত সংস্পৰ্শ বিহীন বিতৰণৰ ব্যৱস্থা - কৰ'ণা ভাইৰাছ

এপৰ জৰিয়তে গ্ৰাহকৰ পৰা অৰ্ডাৰ গ্ৰহণ কৰিব । আৰু তাৰ পিছতে বিতৰণত নিয়োজিত কৰ্মীয়ে যথাস্থানত প্ৰদান কৰি আহিব খাদ্য ।

জমেট' আৰু চুইগীত সংস্পৰ্শ বিহীন বিতৰণৰ ব্যৱস্থা

author img

By

Published : Mar 28, 2020, 4:32 PM IST

বাংগালুৰু, 28 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত সমগ্ৰ ৰাষ্ট্ৰই লক্ ডাউন হৈ থকাৰ মাজতেই অনলাইন খাদ্য বিতৰণ প্লেটফৰ্ম জমেট' আৰু চুইগীয়ে সংস্পৰ্শ বিহীন বিতৰণৰ ব্যৱস্থা আগবঢ়াইছে ।

কেনেকৈ কৰিব সংস্পৰ্শ বিহীন বিতৰণঃ

এপৰ জৰিয়তে গ্ৰাহকৰ পৰা অৰ্ডাৰ গ্ৰহণ কৰিব । আৰু তাৰ পিছতে বিতৰণত নিয়োজিত কৰ্মীয়ে যথাস্থানত প্ৰদান কৰি আহিব খাদ্য ।এবাৰ অৰ্ডাৰ লাভ কৰাৰ পিচত ৰেষ্টুডেণ্টে অৰ্ডাৰ অনুসৰি খাদ্য প্ৰস্তুত কৰিব আৰু বিতৰণ অভিকৰ্তাক প্ৰদান কৰিব ।

জমেট' আৰু চুইগীত সংস্পৰ্শ বিহীন বিতৰণৰ ব্যৱস্থা
জমেট' আৰু চুইগীত সংস্পৰ্শ বিহীন বিতৰণৰ ব্যৱস্থা

বিতৰণ অভিকৰ্তা গ্ৰাহকে উল্লেখ কৰা স্থানত উপনীত হ'ব আৰু এক পৰিস্কাৰ এক স্থানত খাদ্যৰ পেকেটটো থৈ আহিব । তাৰ পাছতে এক ফটো সংগ্ৰহ কৰি এপৰ জড়িয়তে গ্ৰাহকলৈ প্ৰেৰণ কৰা হ'ব। কেছ অন ডেলিভাৰীৰ ক্ষেত্ৰত এই সেৱা প্ৰযোজ্য নহ'ব ।

অৱশ্যে,সংস্পৰ্শহীন বিতৰণৰ ব্য়ৱস্থা কৰিলেও এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন হৈছে যে, বিতৰণ অভিকৰ্তাজনে মুখা,হাতমোজা পিন্ধি আহিলেও কেনে পৰিৱেশ আৰু কোনে খাদ্য প্ৰস্তত কৰিব আৰু ৰেষ্টুৰেণ্ট খনত কি পৰিৱেশ হৈ থাকে সেইটো কোনেও নাজানিব !

লগতে চাওকঃতিনিচুকীয়াত গাঁৱে গাঁৱে লক ডাউন...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.