ETV Bharat / business

1 ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট ! - কেন্দ্ৰীয় বিত্তীয় বাজেট

বাজেট অধিৱেশন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত ৷ প্ৰথম পৰ্যায়ত 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায়ত মাৰ্চৰ 2 তাৰিখৰ পৰা এপ্ৰিলৰ 3 তাৰিখলৈ অনুষ্ঠিত হ'ব এই অধিৱেশন ৷

Union Budget to be presented on Feb 1: Sources
1 ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট !
author img

By

Published : Jan 9, 2020, 8:51 PM IST

নতুন দিল্লী, 9 জানুৱাৰীঃ সংসদীয় পৰিক্ৰমা কেবিনেট সমিতিয়ে বাজেট অধিৱেশন দুটা পৰ্যায়ত 31 জানুৱাৰীৰ পৰা 3 এপ্ৰিললৈ অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ৷ এক সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় বিত্তীয় বাজেট পহিলা ফেব্ৰুৱাৰীত লোকসভাৰ মজিয়াত দাখিল কৰিব ৷

সূত্ৰটোৱে কয় যে প্ৰথম পৰ্যায়ত অধিৱেশন 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত মাৰ্চৰ 2 তাৰিখৰ পৰা এপ্ৰিলৰ 3 তাৰিখলৈ অনুষ্ঠিত হ'ব ৷

বিভিন্ন মন্ত্ৰালয়সমূহলৈ আৱণ্টন কৰা পুঁজি সম্পৰ্কে পৰীক্ষণ কৰিবলৈ সংসদীয় সমিতিক সাধাৰণতে এমাহ সময়ৰ আৱশ্যক হয় ৷ সেয়ে অধিৱেশন মাজত কিছু বিৰতি দিয়া হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে দুয়ো সদনকে অধিৱেশনৰ বাবে আমন্ত্ৰণ জনাইছে ৷

লগতে পঢ়কঃ প্ৰস্তুতি সম্পূৰ্ণ হৈছে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ

Intro:Body:

1 ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট !

বাজেট অধিৱেশন অনুষ্ঠিত হ'ব দুটা প্ৰৰ্যায়ত ৷ প্ৰথম পৰ্যায়ত 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় প্ৰৰ্যায়ত মাৰ্চৰ 2 তাৰিখৰ পৰা এপ্ৰিলৰ 3 তাৰিখলৈ অনুষ্ঠিত হ'ব এই অধিৱেশন ৷

নতুন দিল্লীঃ সংসদীয় পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে বাজেট অধিৱেশন দুটা প্ৰৰ্যায়ত 31 জানুৱাৰীৰ পৰা 3 এপ্ৰিললৈ অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ৷ এক সূত্ৰই প্ৰকাশ কৰা মতে  কেন্দ্ৰীয় বিত্তীয় বাজেট পহিলা ফেব্ৰুৱাৰীত লোকসভাৰ মজিয়াত দাখিল কৰিব ৷

সূত্ৰটোৱে কয় যে প্ৰথম প্ৰৰ্যায়ত অধিৱেশন 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় প্ৰৰ্যায়ত মাৰ্চৰ 2 তাৰিখৰ পৰা এপ্ৰিলৰ 3 তাৰিখলৈ অনুষ্ঠিত হ'ব ৷

বিভিন্ন মন্ত্ৰালয় সমূহলৈ আৱণ্টন কৰা পুঁজি সম্পৰ্কে পৰীক্ষণ কৰিবলৈ সংসদীয় সমতিক সাধাৰণতে এমাহ সময়ৰ আৱশ্যক হয় ৷ সেয়ে অধিৱেশন মাজত কিছু বিৰতি দিয়া হয় ৷

কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে দুয়ো সদনকে আমন্ত্ৰণ জনাই ৷

লগতে পঢ়কঃ প্ৰস্তুতি সম্পূৰ্ণ হৈছে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ

5647836

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.