ETV Bharat / business

নিম্নগামী শ্বেয়াৰ বজাৰৰ সূচকাংক

author img

By

Published : Jun 17, 2019, 2:56 PM IST

Updated : Jun 17, 2019, 3:29 PM IST

বোম্বে ষ্টক এক্সেঞ্জ(বি এছ ই)ৰ 30 টা শ্বেয়াৰৰ ওপৰত আধাৰিত সূচকাংক চেনচেক্স 62.29 ৰ সৈতে 39,514 পইণ্টেৰে আৰম্ভ হৈছিল যদিও পিছলৈ ই নিম্নগামী হয় ৷ আনহাতে 50 টা শ্বেয়াৰৰ ওপৰত আধাৰিত নেছনেল ষ্টক এক্সেঞ্জ চমুকৈ নিফ্​টি 20.7 অংক উত্থানেৰে 11,800 ত বজাৰ আৰম্ভ কৰিছিল ৷

শ্বেয়াৰ বজাৰৰ সূচকাংক নিম্নগামী

নিউজ ডেস্ক, 17 জুনঃ সপ্তাহটোৰ প্ৰথম দিনটোত শ্বেয়াৰ বজাৰত পতন দেখিবলৈ পোৱা গৈছে ৷ সোমবাৰে পুৱা 11.40 বজালৈ মূখ্য সূচকাংক "ছেনচেক্স" 251.02 পইণ্ট পতনেৰে 39,177.51 পইণ্টত উপনীত হয় ৷ ইফালে নিফটিৰো 87.50 অংক হ্ৰাসেৰে 11,735.60 ত উপনীত হয় ৷

বোম্বে ষ্টক এক্সেইঞ্জ(বি এছ ই)ৰ 30 টা শ্বেয়াৰৰ ওপৰত আধাৰিত সূচকাংক চেনচেক্স 62.29 ৰ সৈতে 39,514 পইণ্টেৰে আৰম্ভ হৈছিল যদিও পিছলৈ ই নিম্নগামী হয় ৷ আনহাতে 50 টা শ্বেয়াৰৰ ওপৰত আধাৰিত নেছনেল ষ্টক এক্সেঞ্জ চমুকৈ নিফ্​টি 20.7 অংক উত্থানেৰে 11,800 ত বজাৰ আৰম্ভ কৰিছিল ৷

ইফালে ঘৰুৱা শ্বেয়াৰ বজাৰত বিগত সপ্তাহত শুকুৰবাৰলৈ একেৰাহে তিনিদিন সূচকাংক নিম্নগামী হৈছিল ৷

নিউজ ডেস্ক, 17 জুনঃ সপ্তাহটোৰ প্ৰাৰম্ভিক দিনতোত শ্বেয়াৰ বজাৰত পতন দেখিবলৈ পোৱা গৈছে ৷ সোমবাৰে পুৱা 11.40 বজালৈ মূখ্য সূচকাংক "ছেনচেক্স" 251.02 পইণ্ট পতনেৰে 39,177.51 পইণ্টত উপনীত হয় ৷ ইফালে নিফটিৰো 87.50 অংক হ্ৰাসেৰে 11,735.60 ত উপনীত হয় ৷

বোম্বে ষ্টক এক্সেইঞ্জ(বি এছ ই)ৰ 30 টা শ্বেয়াৰৰ ওপৰত আধিৰত সূতকাংক চেনচেক্স 62.29 ৰ সৈতে 39,514 পইণ্টেৰে আৰম্ভ হৈছিল যদিও পিছলৈ ই নিম্নগামী হয় ৷ আনহাতে 50 টা শ্বেয়াৰৰ ওপৰত আধাৰিত নেছনেল ষ্টক এক্সেইঞ্জ চমুকৈ নিফ্টি 20.7 অংক উত্থানেৰে 11,800 ত বজাৰ আৰম্ভ কৰিছিল ৷

ইফালে ঘৰুৱা শ্বেয়াৰ বজাৰত বিগত সপ্তাহত শুকুৰবাৰলৈ একেৰাহে তিনিদিন সূচকাংক নিম্নগামী হৈছিল ৷
Last Updated : Jun 17, 2019, 3:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.