ETV Bharat / business

চতুৰ্থ ত্ৰিমাসিকত 838.40 কোটি টকা লাভ অৰ্জন এচ বি আইৰ

author img

By

Published : May 10, 2019, 6:45 PM IST

2018-19 বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ পৰা ৷ এই লাভৰ জৰিয়তে বেংকটোৰ আয় প্ৰায় 11 শতাংশ বৃদ্ধি পাইছে ৷ 2018-19 বৰ্ষৰ চতুৰ্থ তথা অন্তিমটো ত্ৰিমাসিকত হোৱা মুঠ আয়ৰ পৰিমাণ 75,670.50 কোটি টকা ৷ 2018-19 বিত্তীয় বৰ্ষত এচ বি আইৰ মুঠ আয় 3.30 লাখ কোটি টকা ৷

এচ বি আই

নিউজ ডেস্ক, 10 মে': দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক "ভাৰতীয় ষ্টেট বেংক"ৰ দ্বাৰা শুকুৰবাৰে প্ৰকাশিত এক তথ্য অনুসৰী প্ৰতিষ্ঠানটোৱে 838.40 কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই লাভ অৰ্জন কৰিছে 2018-19 বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ পৰা ৷ এই লাভৰ জৰিয়তে বেংকটোৰ আয় প্ৰায় 11 শতাংশ বৃদ্ধি পাইছে ৷ এচ বি আয়ে উল্লেখ কৰা অনুসৰী 2018-19 বৰ্ষৰ চতুৰ্থ তথা অন্তিমটো ত্ৰিমাসিকত হোৱা মুঠ আয়ৰ পৰিমান 75,670.50 কোটি টকা ৷ ইয়াৰ পূৰ্বে 2017-18 বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ অন্তত বেংকটোৰ মুঠ আয়ৰ পৰিমাণ আছিল 68,436.06 কোটি টকা ৷

উল্লেখ্য যে, 2018-19ৰ সমগ্ৰ বিত্তীয় বৰ্ষত ভাৰতীয় ষ্টেট বেংকে আৰ্জন কৰা মুঠ লাভৰ পৰিমাণ হৈছে 3,069.07 কোটি টকা ৷ ইয়াৰ বিপৰীতে 2017-18 বিত্তীয় বৰ্ষত বেংকটোৱে লাভৰ পৰিৱৰ্তে সন্মুখীন হৈছিল লোকচানৰ ৷ এই লোকচানৰ পৰিমাণ আছিল 4,187.41 কোটি টকা ৷ 2018-19 বিত্তীয় বৰ্ষত এচ বি আইৰ মুঠ আয় 3.30 লাখ কোটি টকা ৷ 2017-18 বিত্তীয় বৰ্ষত এই আয়ৰ পৰিমাণ আছিল 3.01 লাখ কোটি টকা ৷

sbi-reports-net-profit-of-rs-838-crore-in-q4-trims-bad-loan-ratio

চতুৰ্থ ত্ৰিমাসিকত 838.40 কোটি টকা লাভ অৰ্জন এচ বি আইৰ

নিউজ ডেস্ক, 10 মে': দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক "ভাৰতীয় ষ্টেট বেংক"ৰ দ্বাৰা শুকুৰবাৰে প্ৰকাশিত এক তথ্য অনুসৰী বেংকটোৱে 838.40 কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই লাভ অৰ্জন কৰিছে 2018-19 বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ পৰা ৷ এই লাভৰ জৰিয়তে বেংকটোৰ আয় প্ৰায় 11 শতাংশ বৃদ্ধি পাইছে৷ এচবিআয়ে উল্লেখকৰা অনুসৰী 2018-19 বৰ্ষৰ চতুৰ্থ তথা অন্তিমটো ত্ৰিমাসিকত হোৱা মুঠ আয়ৰ পৰিমান 75,670.50 কোটি টকা ৷ ইয়াৰ পূৰ্বে 2017-18 বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ অন্তত বেংকটোৰ মুঠ আয়ৰ পৰিমান আছিল 68,436.06 কোটি টকা ৷

উল্লেখ্য যে, 2018-19ৰ সমগ্ৰ বিত্তীয় বৰ্ষত ভাৰতীয় ষ্টেট বেংকে আৰ্জন কৰা মুঠ লাভৰ পৰিমান হৈছে 3,069.07 কোটি টকা ৷ ইয়াৰ বিপৰীতে 2017-18 বিত্তীয় বৰ্ষত বেংকটোৱে লাভৰ পৰিবৰ্তে সন্মূখীন হৈছিল লোকচানৰ৷ এই লোকচানৰ পৰিমান আছিল 4,187.41 কোটি টকা ৷ 2018-19 বিত্তীয় বৰ্ষত এচ বি আইৰ মুঠ আয় 3.30 লাখ কোটি টকা৷ 2017-18 বিত্তীয় বৰ্ষত এই আয়ৰ পৰিমান আছিল 3.01 লাখ কোটি
টকা৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.