ETV Bharat / business

ছেনচেক্স 743 পইন্ট উন্নীত

author img

By

Published : Apr 22, 2020, 8:24 PM IST

ব'ম্বে ষ্টক বজাৰ বুধবাৰে 742.48 পইন্টৰ উন্নতিৰে সামৰণি হয় । পূৰ্বতকৈ বৃদ্ধিৰ হাৰ 2.42 শতাংশ অধিক । আনহাতে নিফটি 2.29 শতাংশ উন্নতিৰে 9,187.30 পইন্টত অৱস্থান কৰে ।

ছেনচেক্স 743 পইন্ট উন্নীত
ছেনচেক্স 743 পইন্ট উন্নীত

মুম্বাই, 22 এপ্ৰিলঃ বুধবাৰেও কিছু সুস্থিৰতা দেখা গ'ল মুম্বাই ষ্টক এক্সেইঞ্জত । ছেনচেক্স 742.84 শতাংশ উন্নতিৰে 37,379.55 পইন্টত সমাপ্ত হয় । এই উন্নতিৰ হাৰ আছিল 2.42 শতাংশ ।

ৰিলায়েন্স জিঅ'ত ফেচবুকে কৰা 43,547 কোটি টকাৰ বিনিয়োগে বজাৰৰ লগতে গোলকীয় অৰ্থনীতিতো প্ৰভাৱ পেলাই । ৰিলায়েন্সৰ 10 শতাংশ অংশীদাৰিত্ব বৃদ্ধিৰে 350 অংক বৃদ্ধি পাই বুধবাৰৰ দিনটোত ।

আনহাতে নিফটিৰো 2.29 শতাংশ উত্তৰণ হয় । দিনটোৰ শেষলৈ নিফটিয়ে 205.85 পইন্টৰ উন্নতিৰে 9,187 অংকত অৱস্থান কৰে ।

লগতে পঢ়কঃ ছীল কৰা হ'ল দিল্লীৰ নাগৰিক উন্নয়ন মন্ত্ৰণালয়ৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.