নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকক জৰিমনা বিহিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। এই জৰিমনাৰ পৰিমান হৈছে ১ কোটি টকা। আৰ বি আইৰ বিশেষ ক্ষমতা অনুসৰী বেংকিক ৰেগুলেচন এক্ট ধাৰা ৪৭-এ ৰ অধীনত এই জৰিমনাবিহে। এচবিআয়ে পুজিৰ ব্য়ৱহাৰৰ সঠিক চোৱাচিতা নকৰাৰ বাবে এই জৰিমনা বিহে।
আনহাতে ঋণ প্ৰদানকৰীৰ ক্ষেত্ৰত ধনৰ বিৱৰণৰো কোনো তথ্য় দিব পৰা নাই ভাৰতীয় ষ্টেট বেংকে।