ETV Bharat / business

ঘৰুৱা বজাৰত বৈদেশিক বিনিয়োগ সুচল কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা - ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰী

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ ৰাজপত্ৰৰ দ্বাৰা বৈদেশিক বিনিয়োগ ব্যৱস্থাপনা আইন নীতিৰ ঘোষিত সালসলনিৰ ভিত্তিতে এইদৰে নিৰ্দেশনা জাৰী কৰা হৈছে ৷ এই নিৰ্দেশনা 7 এপ্ৰিলত ঘোষণা কৰা হয় আৰু 1 জুন, 2020ৰ পৰা এই নীতি কাৰ্যকৰী হ’ব ৷

বৈদেশিক বিনিয়োগ সুচল কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা

author img

By

Published : Apr 8, 2020, 9:21 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ মঙলবাৰে দেশৰ ৰিজাৰ্ভ বেংকে বৈদেশিক বিনিয়োগ ঘৰুৱা বজাৰত উপলব্ধ কৰি তুলিবলৈ নতুন নিৰ্দেশনা জাৰী কৰে ৷ চলিত বৰ্ষৰ 1 জুনৰ পৰা ৰিজাৰ্ভ বেংকৰ এই নীতি সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব ৷ বৈদেশিক বিনিয়োগ ব্যৱস্থাপনা আইনৰ অধীনত ভাৰতৰ ৰাজপত্ৰৰ দ্বাৰা জাৰী কৰা অধিসূচনা অনুসৰি এই নতুন নীতি কাৰ্যকৰী কৰা হয় ৷

ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰীসকলক একত্ৰীকৰণ কৰি বৈদেশিক বিনিয়োগৰ ঘৰুৱা তথা অমৌলিক বজাৰসমূহৰ সুচল পৰিচালনাৰ বাবে এই নীতি গ্ৰহণ কৰে ভাৰতৰ মুদ্ৰানীতি নিৰ্ধাৰণকাৰী বেংকটোৱে ৷

2019 চনত এই নীতিৰ খচৰা প্ৰকাশ কৰিছিল বেংকটোৱে ৷ যাৰ দ্বাৰা কোৱা হৈছিল যে, ঘৰুৱা মুদ্ৰানীতিৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ বৈদেশিক বিনিয়োগৰ দ্বাৰা সুচল কৰি তোলা হ’ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.