ETV Bharat / business

আবদ্ধ হৈ থকা বিদেশী নাগৰিকক সহায়ৰ বাবে দূতাবাস পালেগৈ অইয়ো - কোভিড-19 ৰ সময়ত অইয়ো

অইয়োই চিকিৎসা কৰ্মী, বিমানকৰ্মী, কৰ্পৰেট, পৰ্যটক আদি আন যিসকল লোকৰ অবাসৰ প্ৰয়োজন তেওঁলোকক সহায়ৰ বাবে আগবাঢ়িছে ।

আবদ্ধ হৈ থকা বিদেশীক সহায়ৰ বাবে দূতাবাস পালেগৈ অইয়ো

author img

By

Published : Apr 4, 2020, 9:55 AM IST

নতুন দিল্লী, 4 এপ্ৰিলঃ বৰ্তমান চলি থকা কোভিড-19 সংকট আৰু লক ডাউনৰ পৰিপ্ৰেক্ষিতত ভাৰতত আবদ্ধ হৈ পৰা বিদেশী নাগৰিকক আশ্ৰয় প্ৰদান কৰা ববে অইয়ো 15 খনৰো অধিক ৰাষ্ট্ৰৰ দূতাবাস পাইছেগৈ ।

অইয়োই লগতে চিকিৎসা কৰ্মী, বিমানকৰ্মী, কৰ্পৰেট, পৰ্যটক আদি আন যিসকল লোকৰ অবাসৰ প্ৰয়োজন তেওঁলোকক সহায়ৰ বাবে আগবাঢ়িছে ।

অইয়োৰ প্ৰচাৰৰ অংশ হিচাপে ভাৰতত 15টাৰো অধিক কূটনৈতিক মিছনত থকাৰ লগতে আবদ্ধ হৈ পৰা আমেৰিকা, ব্ৰাজিল, বেলজিয়াম,পৰ্টুগাল, অষ্ট্ৰেলিয়া, ছিলি, আৰ্জেণ্টিনা আৰু ইন্দোনেচিয়াৰ বহু বিদেশী লোকক লক ডাউনৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহে ।

কোম্পানীটোৱে, পৰ্যটক সকলৰ প্ৰয়োজনীয়তা বুজি ক্ষীপ্ৰতাৰে সহায় কৰিবলৈ এটি দল গঠন কৰিছে । লগতে, দূতাবাস, অতিথি আৰু পৰ্যটন মন্ত্ৰালয়ৰ লগত সম্পৰ্ক আৰম্ভ কৰিছে আৰু জৰুৰী সময়ত সেৱা আগবঢ়াব পৰা হোটেল চিনাক্ত কৰিছে । কোম্পানীটোৱে বিদেশী নাগৰিকৰ ভালৰ বাবে দূতাবাস সমূহক নিয়মিতভাবে তথ্য প্ৰদান কৰি আহিছে ।

লগতে অইয়োই কয় যে, সমগ্ৰ বিশ্বতে থকা কৰ্মচাৰী সকলক একগোট কৰি এক কল্যাণমূলক পুঁজি গঠন কৰা হ'ব । ইয়াৰ পৰা কৰ্মচাৰী সকল এনেকুৱা জটিল সময়ত উপকৃত হ'ব । ইয়াৰ উপৰিও বিপদৰ সময়ত জনসাধাৰণকো এই পুঁজিৰে উপকৃত কৰিব পৰা যাব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.